পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ পদুম কুঁৱৰী নেথাকে, তেন্তে আমি কেতিয়াও সুখ নেপাওঁ। অন্তর্জগত যদি ও অধিক পৰিমাণে বহির্জগতৰ ফল, তথাপি ঘি বহির্জগততকৈ অনেক খ আসনত বহু মানত সুখ-সন্তোষ নেথাকিলে অমৰাৱতীতে। সুখ নাই । প্রকৃতিয়ে তেওঁৰ সন্তান সম্প্রতি স ক লক সমাৰে আদৰ কৰে, সমানে স্নেহ কৰে, সকলােৰে জগতে তেওঁৰ সদায় সম্ভাব, তথাপি কি এই সন্তান-সন্ততি সকলৰে ভিতৰৰ কিছুমানে এই আদি ক আদৰ খেন জ্ঞান নকবি, চেনেহুক চেনেহ যেন নেভারি দাৰ বিষন্ন, সঙ্গায় শােকাকুল ? শ্ৰকৃতিৰ খেহিনী সাজ কিয়ৰ কিছুমানৰ চত বিহুৰ তুল্য ? কিংবা উষস্ব দেই মধুৰ মূৰ্ত্তি আজি হৰদত্তৰ চকুত অমধু লাগিছে ? কিয়বা সেই গ্রাঙ্গুলী পূর্ব আকাশ তেওঁ কল। পশ্চিম আকাশ যেন দেখিছে ? এধা ডোখৰু ওলােৱ সােণণীয়। বেলিটির সেই সোণবৰণীয়া পূহৰ পাই হৰদত্ত থকা গম্বৰৰ কাষৰ গছ। বিলাকে, মুকুতা মণি একোটি যে এটুপী নিযু পাতত লৈ নাচিবলৈ ধৰিছে, অামাৰ ইৰান্তই ও সেই পােহৰ পাইছে, কিন্তু কিবা তে ৪ হয়। ভাত নাচি উৰু ছাৰি আৰু সুরসন্নহে হৈ পৰিছে ? মধুৰ সুশীতল বাতিপুৱাৰ সূত্রানু ঞ্চি বা তেওঁৰ গাত বিহু বেন লাগিছে ? কিয় গান গোৱা চৰাইবিলাকক হৰদত্তই পূৰুম শত্রু যে বিবেচনা কৰিছে ? কিবা তেওঁ বাভি পুৱাবৰ আগেলে হাতষােৰ কৰি ক'তৰ হৈ কাতিফ নুপুৱাবলৈ কাকুতি র ৰিষ্ক? কবি হত্তৰ অন্তৰ শোক ত্র! fচ -বিহৰে জৰ্জৰিত, মত সুখ নাই। প্রতিদিনে ন-ন বিপদ জগ অৰে তেওঁৰ আগত উপস্থিত কৰিছে। সেইদেখি এদিক বিজয় কি জান এটা দিনেৰে সৰু কৰিবলৈ তেওঁৰ ইমান ভয় । তেওঁৰ মনত নতুন এটা কি লৈ যোৱ। মনি নতুন এ বিপদত পৰা। | ‘কালিয়েই কোষ্যৰে সৈতে ৰঘুৱে কৰবালৈ গল, আৰু উভি হিল, সিহঁতৰ কি হয়, কলৈ , কি জালি শক্ৰৰ স্মৃতিতে পৰিল