পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ পদুম কুঁৱৰী কত ফুল কত ঠাইত ফুলিছে, সেইবিলাকত ২ৰি ধৰি । নেলাগে | ‘পক্ষ-বিক ফুলৰ মাজত পোকে এটি ফুল এৰিব নােৱাৰে = গোসাইৰ শপত আছে, সােনকালে এতিয়াই বা অথমিক, প্র জিয়েই বা কাইলৈ, ফুল পেকে ধাবহ। ফুল আইদে এক হঠাৎ অনুৰাগ পােকে ধৰিলে। দেউতাকে সেই মূহুৰ্ততে সূর্যকুমাৰ ক তে আগুত্র ঠি কৰিলেহি সেই মূহুৰ্ততে প্রথম দলতে সূর্য্যৰ প্ৰতি তেওঁৰ অভিনৱ অনুৰাগ জন্মিল। এই ভাব তেওঁৰ এই প্রথম। আগেত্নে কস্মিনকালেও ফুলে এনে এটা দুৰন্ত ভাব অনুভৱ কৰা নাছিল । ফুলে ফুল ভাল পাইছিল, চুল গুলি কইছিল আৰু আপুমি কঢ়িয়াই তা সুতি পান। দিছিল, কিন্তু তেহিয়া তেওঁৰ এতে ১ নৰ বিকাৰ টা নাই । দিনে ৰাতিয়ে ফুলে চাই পোৱালি মৰম কৰিছিল, পহু-পোখালিক ভাল পাই- ছিল, পুতলক চুমা দি দি ৰূমতৈ মজিছিল ; কিন্তু সেইবিলাক ভাল পোৱাততাে তেওঁৰ এনে অপূৰ্ব্ব মানসিক স্বাঙ্গে কেতিয়াও। হােৱা নাই । বাস্তৱিকতে প্রকৃতি প্ৰেমৰ গঢ়েই এলো , তাৰ গতি বিজুলীৰ সৰ্থৰ, ভালপােৱাৰ বস্তুটি চকুত পৰা মাত্রকে ভালপোৱাৰ গৰাকীৰ ভালপোৱাতোকৈ ছু মেলে প্রেমে দেশ নেমাতে; কাল নেশানে, পাত্র নেমানে প্ৰমৰ স্থান অস্থান, সময় অসময়, উপযুক্ত অক্ষুণমুক্ত জ্ঞান নাই । অরুণা-কঁড়ে মা হায় এবাৰ । বিন্ধিলে, তেওঁ আৰু অনুৰাগৰ সেই বস্তুটি নে পারমানে সংসাৰত সুখ নেপায় । বিশেষকৈ জীৱনৰ ডি এত ভাল পোৱাৰ প্ৰথমটো [16] অতি ভয়ানক! কত মানুহক এই প্রথম ৫টাৱে উটাই নি অকূল সমুদ্ৰৰ মা জুত পেই ককবকোৱাইছে তার লেখ ন ই । প্রেম ষে “দিলীকা লাড,” বুলি কয়, তত এক বনিষ্টামানো ভুল যাই ; ইয়াক ‘যোভি খায় এড়ি