পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলত পােক ৩৭ সস্তায় যেভি নাহি খায়। ওভি পস্তায়।” । ৰি প্ৰেমত পৰিছে সি ও ধৰফৰাই মৰিছে, যি মই পৰা সি ও পেম প্ৰেমকৈ ঘৰফৰাই মৰিছে প্রথম দেখাতেই সঞ্চাৰ হােৱা প্রেম প্রকৃত প্রেম, তৰি ধালৈ ভক্ষেপ নাই, বিঘিনিলৈ ভ্রুক্ষেপ নাই, সম্ভৱলৈ দৃপতি নাই, সস্তলৈ দক্‌- পত নাই । তাৰ আগত ভূত নাই, ভৱিষ্যত নাই, স্বর্গ ।ই, নৰক নাই । অছে কেবল প্ৰেৰ পদার্থটি। সেই প্রেম তুমি অবিবেচক বোলা, উতনুৱা ৰেলি, কণা বোলা, যি মন যায় তাকে বেলা, কিন্তু প্রকৃত পক্ষে সিয়েই প্রেম, সিয়েই নিজ প্রেম। সরিঃ চকুৰ জুৰে যিমান পাৰে তাক পুৰি ভগ্ন ৰূক, সি কিন্তু এ বাৰ এশ প্ৰকাৰে উপজিব। এই প্রথম প্রেমৰ পশুপাত অস্ত্র খাত লাগিহে সুভদ্রাই “অর্জন” “লজ্জ মকৈ” পৃথিবীত লুটিখাই পৰিছিল। এই পাত ব্ৰত পৰিহ সাবিত্রীয়ে সাবান মৰিব বুলি জানি ও তেওঁত আপােন মন-প্রাণ সঁপিছিল অাৰু এই পাত বদিত ফুটিহে সুনৰ জুলি ফ্লেটে অাপােন ঘৰৰ গবাক্ষ দুৱাৰত থিয় হৈ সাত “ব্ৰুৰ ঘৰৰ সন্তান বমি ক ‘ৰমিয়” “মিয়' কৈ কৰুণস্বৰে মাতিছিল । সূৰ্য্যকুমাৰক দেখার পর ফুলৰ গতি সম্পূর্ণ লৰিক্ত। ফুলে আৰু এতিয়া আগৰ ফুল নাই । তেওঁ সূর্য] ক মনে মনে এতৰ দহ-প্রাণ বিকিলে । ফুল গোটেই সূর্যমুখী [ সূর্যকুমাৰে ফুলক গুদ দি ছিল লে এই ফুল কম নোৱাৰে, কিন্তু ফুলে যে ক মনে মনে প্রাণ দিলে, এইটোত এক ৰণ,মত্র ও সনদহ নাই। সূৰ্যই তেওঁক ভাজা শুক নেপাওক তেওঁক যোগে, কিন্তু তেওঁ হলে সূৰ্যত তেৰ ভালপোৱা সূত্ব ' বগ কৰি সপলো। কপালত খ্রিহকে খক, সেই ভাইপোৱা অৰু এলেই আনিবলৈ তেওঁৰ সাধ্য কই।