পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায় ফুলত সেকি 2cn {e da 584 [ 11st to ad 11xe | Aid 75 , se{1ti st) 21111g day, I litrls tiptight t!12 +43110 11 re। এd take 111, test a":81}, -Sir C. Selley. কোনে জানিছিল, গোলাপ ফুলটি ফুলি থকেঁতেই হঠাৎ কৰবাৰ

  • পৰা আহি প্যকে ধৰিব ? কোনে ভাবিছিল, দুষ্টমতি পােকে এনে

দিব্য বস্তুটিৰ হিয়াৰ ভিতৰত সোমাই খুলি খুলি খাবলৈ লাগিবহি? ফুলনি বাড়ীৰ এচুকত এটি ফুলে আপোনাৰ আনন্দতে আপুনি নাচিছে, অপেমৰ ৰঙ্গতে আপুনি হিছে, আপােনাৰ ৰূপতে আপুনি ভাল ; কৰে। সৈতে কথা নাই, কাকো নেলাগে, কাকে নিবিচাৰে ; কুলিয়ে মাতিছে যদি তিছে, আপত্তি নাই ; ভোমােৰাই গুণ, গুণাইছে যদি গুণ গুণা ওক, বেধা নেপায় ; মলয়া বতাহ বলিছে যদি বলক, ভাল লাগিছে ; কিন্তু কৰ পৰা এই পাপিষ্ঠ পে[ক হঠাৎ, অহিদী ত্য আৰম্ভ কৰিবলৈ লাগি। কৰি দিলে। | এক ভয় মুখৰ বৰণ বিল, ই কিয়” হল । ( ৫ পানজো হল । পাহৰিলে, মেৰী পে পৰি ৰল । ফুল ফুলি! ৪বি, মাটি হলেই ব