পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XVIII) মীয়া বুলি অসম, অসমীয়া, এনেকৈ মাতিব আৰু লিখিব লাগে। কিয়নো আগৰ কালত সিহঁত সেই দৰে হে ব্যৱহৃত হৈছিল। শৰ অন্তত বা মাজত এক য য়, (ইয়) উচ্চাৰিত হয়; যেনে, হয়, প্রয়ােজন। কিন্তু কোনো কোনাে শত সেই দুঠাইতাে সি নিজ উচ্চাৰণ নেৰে, আৰু যিবােৰ শত সি জ উচ্চাৰিত হয়, সেই বােৰৰ পাচত বেষ্টন- ৰেখাৰ মাজত জ দিয়া গৈছে; যেনে, নিযােগ (জো), বিষােগ, জো), নিযুক্ত (কু), কাষ, (জ), ইত্যাদি। অসমীয়া ভাষাত সাধাৰণ মতে দু আৰু দীর্ঘ বৰ উৰণৰ মাজত একো এভে নাই, দুয়াে কৈ উচ্চাৰিত হয়। কিন্তু কোনাে কোনাে অস- মীয়া শব্দৰ আদি স্বৰ দীর্ঘকৈ উচ্চাৰণ কৰা যায়। সেই উচ্চাৰণ বুজাবলৈ দীর্ঘ শ্বৰ ব্যৱহাৰ কৰা উচিত, আৰু কৰা হৈছে ; যেনে, খুলুয়া, কী কিয়া, বী-বিয়া, ইত্যাদি। এই বিলাক শব্দৰ উচ্চাৰণ কি-কিয়া, ঘুঘুয়া, বিবিয়া, এনে নহয় , সিহঁতৰ প্ৰথম স্বৰটে। দীঘলকৈ মাতিব লাগে। উচ্চাৰণৰ চিনবিলাক। একলৈ বা ব্যনেবে যুক্ত হৈ থকা যি " ওপৰত (৩) এই চিন আছে, আৰু অলপ দীঘলকৈ, অর্থাৎ অভিধান"শৰৰ “অ” দৰে মাতিব লাগে; যেনে, অতি, অৰি, মতি, মহ., ইত্যাদি। সেই চিন নথকা অ চুটি, অর্থাৎ একাৰ শৰৰ "ৰ নিচিনা; যেনে, অবাব, অক, মহ, ঘৰ, ইত্যাদি। এই চিন ওপৰত থকা দা বা ব্যানেৰে যুক্ত এ দীঘলকৈ, অর্থাৎ এতিয়া” শৰ এৰ দৰে মতা যায় ; যেনে, এই, এইয়া, সেই, শেলুক, ইত্যাদি। সেই চিন নথকা এ চুটি, অর্থাৎ বেশৰ “এ” । তুল্য; যেনে, এক, এৰা, বে, বেলেগ, ইত্যাদি। মনত ৰাখিব লাগে যে শব্দবিলাকৰ উচ্চাৰণ শিকাৰৰ কাৰণ এই পুথিত ওপৰত দেখােৱ চিন ব্যৱহৃত হৈছে, বাক্য ৰচনাত তাৰ আৰু নাই। শৰ যি আখৰৰ ওপৰত ) এই চিন দিয়া গৈছে তাৰ পাচত এটা আখৰ - - - - (৩) -ফো।