(XIX)
লুপ্ত হৈ আছে বুলি জানি, আৰু তাৰ অলপ দীঘলকৈ, অর্থাৎ তাৰ পাৰ
আখৰটোৰ পৰা অলপ বেলেগাই মাতিবা; যেনে,(মুখ-চো) চা (ৰ
কৰিবলৈ গৈ ধাৰদিওঁতাক দিয়া ভেট), (মহতা, ফাটী) মা (নীল বা
বা পােহৰ), (হহীয়া) ৰৈ ৰসাল বা মৃদুজপে চলা; তাহ)
(হই) ৰলৈ (সা; তিৰী), (হ, ং, কৰে।ৰৰকৰে, (সােদ
লগাই স্বৰূপে, বতাহ চলা বাটে ), (বাং-বিচনী) ৰা বিচনী (কাৰ
পাচৰ চেপেটা হাড়), (বায়ুমণ্ডলী) ৰা' মাৰলী ( ঘূৰা বতাহ ), বাক-বাহ,)
ৰাৰাহ, ইত্যাদি।
যি শত কোনাে আখৰ লুকাই নেথাকে। কিন্তু আগৰ আখৰটো পাৰ
টোৰ পৰা অলপ বেলেগাই মা যায়, তাত সেই দুই আখৰৰ মাজত () এই
চিন ব্যৱহৃত হৈছে ; যেনে, ম-ময়া, বা-বিৰিং, ইত্যাদি।
ওপৰত দিয়া চিন দুটা বাক্য-ৰচনাত ব্যৱহাৰকৰা উচিত।
সংস্কৃতৰ দৰে অসমীয়া ভাষাতে। “অ'(1,f) আকাৰ-ইকাৰ্যদি
নিচিন চিন নাই, আৰু ব্যঞ্জনেৰে যুক্ত হলে সি অদৃশ্য হয়; এতেকে লেখাত
ব্যৱহৃত ক, খ, ইত্যাদিত অ আছেনে নাই জনা টান। এই অচল গুচাৰৰ
কাৰণ অকাৰ-শূন্য, শুদা ব্যঞ্জনৰ তলত (,) এই চিন দিয়া গৈছে। ইয়াৰ নাম
হসন্ত চিন। সি তলত থকা ব্যানক তাৰ (সেই আখৰৰ) জগত থকা ঘৰ
সাহায্যেৰে মাতিব লাগে; যেনে, আম, মাহ, কাৰবাৰ, ইত্যাদি। সেই
চিন নথকা আৰু কোনাে খৰৰ চিনেৰে যুক্ত নোহােৱা ব্যঞ্জন অকাৰান্ত ; যেনে,
গাং, পাৰ, ইত্যাদি। এইটো চিননা বিশেষ প্রয়োজন নহলে বাক্য-ৰচনাত
ব্যৱহাৰ কৰা নেয়।
শব্দবিলাকৰ অৰ্থৰ চিন।
শৰবিলাকৰ অৰ্থ লিখেতে একে অধ-বুজোৱা দুটা ৰা অধিক এতিশ বা
ব্যাখ্যাৰ মাজত একোটা যতি (,) দি গৈছে; যেনে, (ফুল-শক) গৰাকী()
এ, অধিকাৰ ইয়াত প্রভু আৰু অধিকাৰ জুইৰৰ একে অণ। আগৰ এতিশ
বা ব্যাখ্যাতকৈ বেলেগ অর্থ বুজোৱা এতিশা বা ব্যাখ্যাৰ মাজত একোটা মী
যক্তি )দি সিহঁতৰ অৰ্থ পৃথক কৰা গৈছে। নে, ( শং) গভীৰ অ
পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
