পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XV) ইহঁতৰৰ প্রত্যেক মােৰৰ উচ্চাৰণৰ একো বিভিন্নতা নাই; এতেকে শব্দৰ মূল ঠিককৈ ৰাখিবৰ প্ৰয়ােজন নহলে স, চ, ই(f ' আৰু উ (a) মাথােন ব্যৱ- হাৰ কৰা উচিত। কোনাে-কোনাে অসমীয়া লেখকৰ মতে শ, য, বা “স” লিখা হিন্দী বা বঙ্গালী s থকা ইংৰাজী বা “চিন* আখৰযুক্ত ফাৰ্চী শৰ অস- মীয়াত লিখোতে সেই কেইটা আখৰৰ সলনি ছ লিখা বিহিত। কিন্তু এইটো মত যুক্তিমত, নহয়; কিয়নাে ওপৰত কোৱা গৈছে যে আমাৰ ভাষাত চ, ছ, দুইৰৰ একে উচ্চাৰণ, একো এভেদ নাই; এনে মূলত ‘চ’ ক এৰি লিখি বৰ একো কাৰণ দেখা নেযায়। কেৱল মছলমান শ এই নিয়মৰ ৰা , বক্ষণ শিক্ষিত বালী মছলমানেও মুছলমান লিখে। এতেকে সেই শব্দৰুে মূল বুলি আমি মতাৰ দৰে মছলমান লিখা অযুগুত যেন শােধ নহয় দুটা বা অধিক শব্দৰ বৰ্ণবিন্যাস একে হলে সিহঁতৰ এটাৰু আনটোৰপৰা পৃথক কৰিব নােৱৰাৰ নিমিত্তে কোনাে ঠাইত পঢ়োৰ মনত অর্থৰ কথা ও আশঙ্কা জবি পাৰে ; এতেকে প্রত্যেক শৰৰ বৰ্ণবিন্যাস বেলেগ হব লাগে । এই অভিধানত, পৰা যায় মানে, এই মূল-মত । principal ) পালন কৰা গৈছে। তাৰ উদাহৰণ-সং হভিক, ( এটা অন্য জাতি) আৰু হ৮ি, (অন্তৰ দুটা ঠেং গােটাই দিয়া বান্ধ); এই দুই শব্দৰ অপভ্রংশ দুটা শব্দৰ প্ৰথমটোক কেৱল উচ্চাৰণৰ দৰে “হাৰি আৰু দ্বিতীয়টোক মূল অনুসাৰে হাড়ি” লিখ। গৈছে। সেই দৰেই সং গুণ্ডি (চু) শব্দৰ অপৰংশ শ এটাক অসমীয়াত গুড়ি, আৰু বংগােড়া” শব্দৰ পৰা ওলােৱা আন এটা শৰক গুৰি (ওচৰ বা গছৰ মূল) লিখি ইটোৰ পৰা সিটোক পৃথক কৰা গৈছে, ইত্যাদি। কিন্তু সকলাে ঠাইত এই নিয়ম পালন কৰা টান। তাৰ প্ৰমাণ ভানি ( ভাং গছৰ সমূহ) আৰু ভানি (এক ভাষা গতি আন এক ভাষাৰে কৰা ৰচনা) ইত্যাদি। এনে ঠাইত লেখাৰ ভাৰলৈ চাই অর্থ কৰাত বাজে কান উপায় দেখা নেয়। + বিজোৱা ভড ল অপভ্রংশ হাড় শকলি মাৰ উচ্চাৰণ অনুসৰিাৰ লিখ। যায়, তেন্তে তাৰ আৰু মূলৰ দৰে লিখিত, ডিজিৰ লঙ্কান বুনে গাৰ” এ যত একো প্রভে নেকে; তাতে মূৰৰ ছিলি এনেকৈ লিৰিলে তাৰ দি ভাগিল রে- wৰ মূললি বুটান হন। সংস্কৃত ভাত তেশে বিনু ৮, আৰু মেক ও মৰ ৰিয়তে এশিয়।