পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XIV) সংস্কৃত আদি ভাষাত “ভৰ কঠিন “ৰৰ নিচিনা এটা উৰণ আছে; যেনে, সং যােড়শ, বড়; বং বড়িয়া বাড়াবাড়ি, ইত্যাদি। কিন্তু সৰহ ভাগ অসমীয়াৰ মুখত , তাৰ তেনে উচ্চাৰণৰ সলনি, সাধাৰণ ৰ'ৰ দৰে হে উচ্চাৰিত হয়। এতেকে যদিচ সেই বিলাক ভাষাৰ কোনটোৰ পৰা ওলােৱা অসমীয়া শত কঠিন ৰ দৰে মাতিব লগীয়া “ডৰ সলনি, আমাৰ উচ্চাৰণ অনুসৰিৰ মাথােন ব্যৱহাৰ কৰা মূত; তথাপি সেই দুটা উচ্চাৰণ অলপ হে লৰ; এই কাৰণ তেনেবিলাক শক এই অভিধানত সিহঁতৰ মূল ঠিক ৰাখি- বলৈ ভ, আৰু অসমীয়া উচ্চাৰণ অসাৰেৰ দি দুয়াে প্ৰকাৰে লিখা গৈছে । যেনে, সং গুড, অং গুড়, আৰু গুৰ; সং কাণ্ড অং কাড়, আৰু কাৰ; সেই দৰেই সং মুণ্ড, অং মূড় আৰু মূৰ; সংযও, অং যাড়, আৰু যাৰ, ইত্যাদি। কিন্তু দণ্ড আদি শৰৰ অপভ্রংশ কিছু শব্দ এই নিয়মৰ বাজ; সিহঁতক কেৱল উচ্চাৰণ অনুসৰি লিখা হে ভাল, আৰু এই অভিধানত লিখা গৈছে; যেনে, দ, ডাৰ, ইত্যাদি। | ঝ, এই দুটা আখৰৰ অসমীয়াত একে দৰেই উচ্চাৰিত হয়; তথাপি যি বিলাক শৰৰ মূলত ঝ আছে, সিই বিলাকৰ বৰ্ণবিন্যাসতে আমাৰ উচ্চাৰণ অনুসাৰে আৰু মূল ঠিক ৰাখিবলৈ ৰ ব্যৱহৃত হৈছে; যেনে, সং ৰিজাক, অং জিকা আৰু বিকা; সং বিনী, অং জিলী আৰু ঝিলী, ইত্যাদি। ইয়াত একে দোষ দেখা নেযায়; কিয়নো অন্যান্য ভাষাতে দুই বা অধিক প্ৰকাৰে লিখা শৰ ৰিন্তৰ আছে। কিন্তু তেনেৰিক শব্দ লিখেতে ভাল লেখক বিলাকৰ অনুগামী হােৱা উচিত। কিন্তু হিন্দীৰ ৰা বাণীৰপৰা ওলােৱা যিৰিলাৰ শৰ বহুকাল অসমীয়া ভাষাত চলি থকা হেতু তাৰ প হৈছে, সেই বােৰ, সিহঁতৰ মূলৰ । বা আখৰৰ সলনি, আমাৰ উচ্চাৰণৰ দৰে কেৱল জ বাৰ দি লিখা উচিত। যেনে, বং মাঝ, অং মাল; বং বুঝন, অং বুন, বং ফড়িং অং ফৰি; (স ভাণ্ডাগাৰ)। হিং ভৰ, ৰং ভাৰ, অং ভৰাল, হিং খপ, অং থাপৰ ; হিংঙ্গা অং ৰ (শীত); হিং ঝাল, অং জাল, ইত্যাদি। | আমাৰ ভাৰাত যেনেকৈ , আৰু , এই কেইটা আখৰৰ উৰণৰ এক। এতে নাই, তেনেকৈ , দুই(f) (1) যাক ,