পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XIII) ভালকৈ মনদি পঢ়ি মনত ৰাখিব লগীয়া কথা। বর্ণ-বিন্যাসৰ নিয়মবিলাক। আমাৰ ভাষাৰ বৰ্ণবিন্যাস তিনি একাৰে কৰা যায়—এথমে উচ্চাৰণ - সৰি; বিতীয়ত শৰ মূলৰ দৰে, তৃতীয়ত না লােৰুসকলে বহুদিন চলােৱ নিয়ম মতে। কিন্তু বর্ণবিন্যাসৰ কথাত উচ্চাৰণেই খাট বাট দেখাও। এতেকে যদি মূল শব্দৰ আখৰ ৰাখিলে কোনাে অসমীয়া শৰ উচ্চাৰণ ৰে, তেনেহলে তাৰ মূললৈ নে চাই উচ্চাৰণৰ অনুগামী হব লাগে। এই কাৰণ সংস্কৃত “মহুৰ শৰক আমাৰ উৰণ অনুসাৰে মচুৰ • লিখা কর্তব্য, আৰু এই অভিনিত লিখা গৈছে। সেই দৰেই সং এরী, অং এবীণ ; সংৰক্তি, অং ৰকি; সংবর্ণবিন্যাস অবর্ণবিন্যাস; সং বে, অং বে; ৰং সালনা, অং চানা; হিং অসী, ও আচী, ইত্যাদি। ফাটী আদি বিদেশী ভাষাৰ শাক আমাৰ উৰণৰ দৰে লিখা উচিত; যেনে, চাহাৰ, বুট, কচিয়া ইত্যাদি। মূলশব্দৰ যি আখৰ ৰাখিলে অসমীয়া উচ্চাৰণৰ ব্যতিক্রম নহয়, আৰু মূলৰ দৰে লিখিব লাগে; যেনে, সং কী, নং কাণ, সমাজ, ং ছাত; সং যােঙ্গল অং সােল; সং সপ্ত, অং সাত, ইত্যাদি। অনেক দিন চলি থকা নিয়ম-ভৰি (চৰণ), গােটেই গাৰ ইয়াত আছে, এই ভাৰত তাৰ সেই নাম হৈছে। এতেকে তাক লী লিখা উচিত; কিতগুৰি এই দৰে লিখা ৰীতি বহু দিন চলি আছে, আৰু সেই রুপে লিখাৰ পৰা উৰণ নলৰে। এই কাৰণ ভাৰ বর্ণবিন্যাসৰ পৰিৰন না , আৰু ৰানীয় নহয়। এই বিৰ আৰু | শিৰ আছে। • এই ক য ব্যথিৰ লাগে যে যদি আমি মং পুৰি পঢ়োতে সেই ভাষা নিতে একো চৰণ কৰে।; পি এসমীয়াত চলিত মমি ওয়া।