পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(x) ১৭মে মঙ্গলবাৰে সাৰ সংসাৰৰ বিপােষ জনিত আহুকালৰ হাতৰি শান্তি ভবনৰ খলাত উঠিল। হেমচন্দ্ৰ বৰাই তেওঁ জীৱনৰ ভিতৰত সময় বৰকৈ মানিছিল। সময় যে সকলো সুখৰ কঠীয়াতলী তাকে ভালকৈ বুজি বিনা কাৰ্যত, একাৰণে সময় উৰি যাবলৈ নিদিছিল আৰু এত্যেক ৰাতিপুৱা ঠিক সময়তে শয্যাৰ পৰা উঠি হাত-মুখ ধু নিল ঠাইত নিৰ পাঠাভ্যাস আৰু নিত্য ত্যাবসানে সময়ত কাহাৰিলৈ গৈ তাৰ পৰা আহি আবেলি ভাল ভাৱৰ লৰাৰ লগত ফুৰোতে আনৰ চৰ্চা এৰি আন উপহাসৰ আলােচনা কৰা নাছিল। গধূলি-সময় নিজ কোঠাত বহি পাঠ আবর্তন কৰোতে মতৰ নিমিত্তে তেওঁৰ আগত কোনো কৰাৰ তাৰ হলে, তেওঁ কেৱল তাৰ সাৰাংশ বাছি সংক্ষিপ্ত উত্তৰ মাখােন ব্যকৰে। শ্রোতা মনে আকও তাৰ ওপৰত পেঘেনিয়াই কোনাে কথা অখিলে তেওঁ বৰ বোৰৰ ভাব দেখাই ঘূৰি একো নকৈ মনে মনে নিন পাঠ বৰুৱা মহাশয়ে আজৰি সময়ত দৈনিক সজ পুতকালােচনা আদি সদাচৰণ ৰাৰ মুখেৰে জীৱনৰ শেষ কাল নিয়ালে। অধিকন্তু, এই খিনিতে এই কথাৰ এভাবে আসত নহ, যে বৰুৱাই সংস্কৃত শাস্ত্র লব্ধ ব্যুৎপত্তিৰ ৰলেৰেই মােন- কালে কাপােনা আপুনি ইংৰাজী বিদ্যাত অলৌকিক যশা আৰু এতিষ্ঠা লাভ কৰি গল, ইয়াক সকলােৱে জানে। লৰাবিলাকেও বিভ্যাস কালত প্ৰথমতে নিজ নিজ ভাষাৰ ৰিৰি কাৰ্য-গ্রন্থ পাঠ কৰি তাৰ বেলেগ বেলেগ ভাববিলাক বুকত ই য এত বিলৰ পাৰিলে উত্তৰােতৰে চোত অপৰাপৰ বি- বিলাকৰ গৰ সহজে অতি শীয় সিবিলাকৰ মনোেমলিত প্রবেশ কৰাই তাৰ আণিত লতিলৈ সন হইয়াং একে সংশয় নাই। ইতি- তুলসীৰাম বৰা। শিগৰ। ) • ৰা, ১৮ ক।)