সমললৈ যাওক

পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(xi) ইংৰাজী প্রতিশব্দ দি “হেমকোষ” অভিধান পুথিখন প্রণীত কৰিলে। এই পুস্তকেই অসমীয়া ভাষা উজ্জলিত কৰি স্থিৰ ভাবে দেশত বহুৱাই ৰাখিছে। বিশেষতঃ, ইও যে এটা স্বতন্ত্র পুৰণি ভাষা এই বিষয়ে বিৰােখ লােসকলৰ মনৰ খুৱনিও গুচালে, অসমীয়া ভাষা এতিয়া ক্রমে উদগামিনী হৈ বি মন্দিৰৰ ঘাই খাপৰ ওখ আসনত বহি একাশ কৰিব লাগিছে। ইয়াৰ এনে উন্নতির পক্ষে হেমচন্দ্ৰ বৰুৱাৰ পৰিমেই মূল কাৰণ, তেওঁ তাকে নকৰা হলে ইমান দিনে দেশৰ সাহিত্য সমাজত অসমীয়া ভাষাৰ নামেই নুমাল হেতেন; এই কথা নহয় বুলিব নােৱাৰি। তেওঁ হেমকোষ লিখি থাকোতেই ৰ কায় ডাকাৰ হৈ উঠিবৰ দেখি সৰ্বসাধাৰণে গ্ৰহণ কৰি তাৰ পৰা উপকাৰ লভিব নােৱাৰিব, মনত এই বােদয় হােৱ। গতিকে তাৰ পৰা “পঢ়াশলীয় নাম দি এই সৰু অভিধান পুথি খনিও এণীত কৰিলে। সি এতিয়া একাশিত হৈ সকলো বিদ্যালয়ৰ পুথিৰ ভৰালত শোভা পাইছে। তদুপৰি এই দেশৰ সাধাৰণ বিবাহবিলাকৰ লক্ষণ আৰু ভাব দেখাই “বিবাহ পদ্ধতি” নামে সৰু গ্রন্থ এখন প্রণয়ন কৰিলে কিন্তু এই পুথি আমাৰ দেশৰ বিচাৰপতি সকলৰ সহায়তাৰ অর্থে ইংৰাজী ভাষাত লেখা হৈছিল। বৰুৱা মহাশয় আমাৰ দেশৰ এজন আদর্শ পুৰুষ বুলি কলেও গণ্ডপ মৰা হেন অনুমান কৰিব নােৱাৰি। তেওঁ মিতব্যয়ী, নিৰহাৰী, সহনীয়া আৰু সমদশী আছিল। তেও, কোনোৱে কেটে মাতেৰে কোনাে কথা কলেও, তা সহি সেই লােকৰ লগত ঘূৰি কথা কবলৈ পচ-হোহা ৰা কৰা তােক নাছিল। দেশীলােকৰ প্ৰতি অলপেই হক, যি পাৰুে হিত এৰি আহিতোপদেশ নিদিছিল। ৰাজকীয় কৰ্মত থকা কালত বৰাই মাহিলি হাৰ টকাৰে তেওঁৰ মাক, ভায়েক, বিধবাভনীয়েক এই সকলক আৰু শিক্ষাব্যত্যতাৰ বাবে দেশী যেহীন ভাললােকৰ লৰাকো সহায় আৰু ছাতৰ সকলক নিজ পৰিমেৰে যি পাৰে বিন্যা দান কৰিছিল। হেমচন্দ্ৰ বৰাৰ নিল বশ ধৰে উপকৃত লােৰু সকলৰ ক্ষেত্রোলিত আৰু নােহােৱা নােপা অষয় হেমকোষ মন্দিৰৰ কান্তি বিস্তীর্ণ কৰিছে। অশেষত, হেমচন্দ্ৰ বৰ ভৰালী বৰাই তেওঁৰ আৰ্জিত সমস্ত সম্পত্তি নাই, তী, ৰােই, পুৰোহিত এতি চেনেহীনেকসকলৰ মৰত বিতৰণৰ উইন যাপন কৰি ই ১৮৯৬ -