পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(x) ৩ষ এৰি যােৱাত মনে-মনে দুখ ভাবি চকাৰী চাকৰি পালে উলটি আহিব- লৈকো মন কৰিছিল আৰু তদনুৰূপ সুযােগ চেলু অপৰ আসামৰ স্কুলবিলাকৰ ডেপুটি ইনস্পেক্টৰি পদ পাইছিল হয়; তত্ৰাচ একে সময়তে সেই চিন্তাতে সৰহ বেতনৰ ওপৰ পাপৰ পােৱা পদ এৰি উজনিলৈ ঘূৰি অহা কাৰ্য্যে নাটনি বােলালে। তাৰ পিচতে, তেওঁ সেই বিচাৰালয়ৰ ওপৰ খাপৰ চুপৰিটেডেণ্টৰ পদলৈ উন্নতি লাভ কৰিলে। ওপৰত কোৱা পদত থকা কালতে তেওঁক নিচেপি পদ যা হৈছিল কিন্তু তাক লােভ নকৰি আগৰ পদৰ সন্তোষতেই স্থিৰ হৈ থাকিল। ইং ১৮৭৩ শকত বঙ্গ-দেশৰ লেপটেনেন্ট, গবৰ বাহাদুৰৰ জাননী অনুসৰি তেওঁ অসমীয়া লৰাৰ প্রথম শিক্ষাৰ নিমিত্তে “আদিপাঠ নামে তিনি ছােৱা পুথি লিখি ডিব্ৰুগড় পুথি বচা সভাৰ আগত ভোটছিল। সভাৰ সভাসদ সকলেও উপস্থিত অন্যূন পঞ্চাচ খন মান পুথিৰ ভিতৰত “অদি পাঠ” মনােনীত কৰাত, সেই পুধিৰ লেখকতাৰ বাবে পাঁচ শ আৰু বিষয়াৰৰ লাভে সৈতে সকলােৱে মূলি এঘাৰ শ মান টকা গৰমেণ্টৰ পৰা বঁটা। পাইছিল। | ইং ১৮৮১ শকৰ জানুয়াৰি মাহত তেওঁৰ অধিষ্ঠিত পদ একেবাৰে উঠি যােৱাত তেওঁ পেচন লৈ জীৱনৰ শেষ কাল গুৱাহাটীতে থাকি অবশেষ কৰিবৰ নিমিতে নিশ্চয় কৰি ঘুৰি শিৱসাগৰলৈ অহাৰ অনিচ্ছা প্রকাশ কৰিলে। ইয়াৰ ভিতৰতে দেশত অসমীয়া ভাষাৰ বিশেষ প্রচলনৰ অৰ্থে দেশাধিপতি সকলৰ অভিমতে পঢ়া পুথিৰ অনাটন গুচাবৰ মনেৰে উপদেশ আৰু সজলােক সকলৰ চৰিতাদিৰে পূৰ্ণ কৰি “পাঠ-মালা” গ্রন্থ খন প্রণীত কৰিলে, যি পুথি আজি পৰ্যতে শিক্ষাবিগত সমাদৃত হৈ চলিব লাগিছে। ইয়াৰ আগেয়েও কানীয়াৰ কীর্তন” আৰু কপটাচাৰৰ দোষ দেখাই “বাহিৰে ৰ চং ভিতৰে কোৱাভাতু” নামে এখন এহসন গ্রন্থও প্ৰচাৰ কৰিছিল। নিজ দেশী লােক হিত কৰাই বৰ মনত ৰাৰি বাৰি আছিল; তাতে দেখিলে যে তিখানেই ভাৰাৰ ঘাই ধৰণী আৰু পকা তেটি। সকলাে ভাষাৰে অভিধান আছে কিন্তু এই ভাষাত সি নবাবে, এখাৰ ঋীয়া অসমীয়া ভাষা মৃতকরে উটি-বুৰি ফুৰিছে আৰু কতাে খিৰ হৈ ৰব পৰা নাই। তেওঁ বহুত ষত্ব আৰু সমধিক পৰি কৰি এত্যেৰু শৰৰ পিচত, ধাতু এতয়াৰ আৰু তাৰ লগে লগে