(IX) পাত্রি ব্রাউন চাহাবে বৰুৱাৰ লগত বিশেষ আলাপ আৰু আলােচনা কৰি অৱশেষত, তেওঁৰ ৰচনাৱলী প্ৰচাৰ আৰু ছাপা যৰ সকলাে ৰাৰিলাৰ আহি প্রদর্শিত প্রণালী অনুসাৰে ব্যৱহাৰ চলাবলৈ কৰচাৰী বিলাৰ এতি আদেশ কৰিলে। তাতে, তেৰো পাৰি চাহাৰৰ ওচৰ চাপিবলৈ । পালে আৰু মিনেৰি চাহাব সকলৰ সহায়তাৰ পৰাই তেওঁৰ । শিক্ষা বহুত আগবাঢ়ি যাবলৈ উপায় হল। তেতিয়াৰে পৰা হে । ৰাৰ ইংৰাজী বিদ্যা চর্চাৰ সোঁতে ৰণৰ ভেটা এলশন কৰি । ধৰিলে। তেৰ পৰিশ্ৰম আৰু সার গায়েও কমে টানহে । খালে, ইংৰাজী এনা দেশী-বিদেশী লােকসকলৰ ভিতৰত শিক্ষা সা এতি ধ্বনিত হৈ উঠিল আৰু চৰ্কাৰী কাছাৰীৰ ইংৰাজী বাদিত ও বিলবো তেওঁৰ বাকৰিত নহলে তবুলি এই নহবলৈ ধৰিলে। হে ॥ মনােযােগ সহকাৰে কাৰ্য নৈপুণ্য দেখি তেৰে ৰকীয় কা প মােত হৈ বাঢ়ি যাবলৈ লাগিল । তেওঁ কালেক্টৰি চিন্তাৰ পেচাৰি আৰু শিৱসাগৰ গবর্নমেন্ট হাই স্কুলৰ দ্বিতীয় শিক্ষকতাৰ কাৰ্যাও শিকার নিমিত্তে ব্যাক্তি সম্পাদন কৰি পিচত, কালেক্টৰি মহাফেজি কামত নিগাজিকৈ নিযুক্ত হলগৈ। অসমীয়া ভাষাৰ ব্যাকৰণ নাই, ভাষা লেখক সকলেও আপােন ইচ্ছা মতে পদ পদান্ত স্থাপিত কৰি বাক্য এয়ােগ কৰে আৰু তাৰ এত্যানােপিত দােষ খবৰ কথা লৈ দুজনৰ ভিতৰত উপস্থিত বা বিসছে, একো ফল নাৰি হাই মাৰি উৰি মাথােন গৈছিল। দেশীলােক এই মহাভাৰৰ অসহনীয় বেদেনা গুচাৰৰ অভিপ্রায়ে তেওঁ ইং ১৮০০ শত প্রচলিত অতি অসমীয়া ব্যাকৰণ” খনি আৰু তাৰ তলতীয়া অসমীয়া ৰাৰ ৰাৰ” নামে সৰু পুথি এখনিও বিৰচিত কৰিলে; আজিলৈকে যতৰিলা ব্যাকৰণ হৈ চলিছে অসমীয়া ব্যাকৰণেই তাৰ ঘাই আহি অপ। “পায় হলে সশাক পায়”—এই নীতি অনুসাৰে হেম বৰুৱাৰ কপাল ,ইং ১২শ আগষ্ট মাহত আসামৰ ফুভিচিয়েল কমিচনাৰ কর্ণেল এসিই চাহ বিলাল হাত তেওঁৰ ওষণা নি বিলাধিপতি চাহাবৰ গােহাৰি পাই তেল লগতে লৈ গৈ নিৰ চিৰত ইংৰাজী আৰু পাত নিগালে খালি। এতিয়া তে শিৱসাগৰ এৰি গুৱাহাগ নিৰামীল। যদিও বুঢ়ী আইৰ লে-
পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১৩
অৱয়ব