পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(Vi) কথা তৎকালিক শিলাধিপতি কাপ্তান ব্যাভী চাহাবে শুনি নিজ বলালৈ তেওঁক মাই নি শিক্ষাৰ মহলা ললে আৰু চাহাবে সন্তোষ মনেৰে ইংৰাজী প্রথম শিক্ষাৰ কিতাপ দিয়েৰো দি আদেশ দিলে যে, এতিসপ্তাহৰ দেওবাৰে, দিয়া পাঠবিলাকৰ মহলা দিবহি লাগিব। কাপ্তান চাহাৰৰ এই আদেশ তেওঁৰ মন আৰু দেহ একেবাৰেই কঁপি উঠিল; কি কৰিব, ইপিনে গুৱা-গধূলি পঢ়াশালিত সংস্কৃত বিদ্যাভাস আৰু দুপৰিয়া কাহাৰীৰ কাম, তদুপৰি সাহায্য অভাৰে কেৱল নিজ পৰিম আৰু যৰ ৰলেৰে ৰাজ ভাষা শিকি তাত আন লাভ কৰা, ই কোমল কথা নহয়, ভাৰ শত আৰু গধুৰ। ডাচ, তাৰ দুখ কষ্টলৈ পিঠি দি তেওঁ বিষম সাহসেৰে গা-মন গধুৰ কৰি লৈ, দুই চাৰি জন সমনীয়া লােকৰ ওচৰত পাঠ শিকি দেওবাৰে হেগচাই এবাৰ কাপ্তান চাহাৰৰ কোষৰত সপ্তাহ কালৰ শিক্ষাৰ মহলা দিয়েগৈ। এই মতেই অলপ দিন মূৰতে তেওঁৰ পঢ়া পুথি কেখনৰ পাঠ সমাপ্ত আৰু সংস্কৃত ব্যাকৰণৰ ব্যুৎপত্তি ং শান্ত্ৰাৰ বােৰ ভাৰ মনত দৃঢ় হল। তেৱো আৰু সংস্কৃত পঢ়াশালিলৈ, অহাযােত ঢিল দি; কৰে ইংৰাজী শিক্ষা বিশেষকৈ মন দিবলৈ ধৰিলে। কিয়নাে সেই সময়ত ইংৰাজী জনা লােৰু সৰহ নাছিল। সাধাৰণ ভাৰে ওচৰ চুবুৰীয়া যি দুই চাৰি জন জনা ভাল লােক আছিল, তেওঁবিলাকৰ সহায় লৈ নিজৰ পৰিম.চিন্তা আৰু আবৰ্তনৰ ৰায় শিক। ইংৰাজী পাঠখিনিৰ ভাব অবগতিৰ দৃঢ় পৰিচয় পাবৰ নিমিত্তে নিজ ভাষাৰে ভাজি লেখাৰ অভ্যাস আৰু ভানীবিলাক মাহিলি বাতুৰি কাকতত প্ৰচাৰিত হবলৈকো চেষ্টা কৰিবলৈ লাগিল। শিৱসাগৰত মিনেৰি চাহাৰ সকলে “অৰুণােদয়” নামেৰে এখন মাহে- কীয়া বাতৰি কাকত দেশী ভাষাৰে লিখি এচাৰ কৰিছিল কিন্তু তাৰ ৰণালী আৰু ৰচনা প্রণালী ব্যাকৰণৰ নিয়মৰ পৰা একেবাৰেই হত নিলগ হৈ আছিল। কিয়নো, ছাপাখানাৰ কৰ্মচাৰী আৰু অৰুণােয় লেখোবিলাক কেলে শিক্ষাপােয় লােৰ নাছিল। সিবিলাকে ইতৰ লােকর মুখে কোৱা কথা শুনি আপােন ৰােখ-শক্তি অনুসৰি কাকতৰ বাক্যাৱলী ৰচনা কৰিছিল। কিন্তু হেমচন্দ্ৰ বৰুৱাই পঠো ইংৰাজী অনুবাদ ৰচনাৰ গাখনি আৰু ৰাৱল দেখি, তেওঁবিলাক একেবারেই তাৰ এতি বিৰােধী হৈ উঠল। বাধ্য