পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(VI) পুধিৰিা পঢ়িলে। আকৌ তাৰ লগে লগে লােৰ হাতত দুইচাৰি খন ছাপা কৰা ৰজালী পুথি পাই ভাৰো অভ্যাস কৰিবলৈ ধৰিলে। এনেতে, ৰাৰ বুজি-বিকাশৰ পােহৰ দেখি, অনক নেতাই তেওঁৰু এয়ােগ মালা ব্যাকরণ পঢ়াৰলৈ আৰম্ভ কৰি ব্যাকৰণৰ প্ৰায় এমানৰ আকৃতি হতেই, পৰলােক প্রাপ্তি হল। হেম বৰা বান্যাৱস্থাতে পিতৃবিয়ােগ দুশাগ্ৰত আৰু নিৰুপায় অৱত পৰি আৰৱ বিৰাত, দাইদেৱেৰে জ্যেষ্ঠ পৰিয়ালৰ তৰণ-পােষণৰ ভাৰ গ্ৰহণ কৰি, উদ্যোগৰ পােৰ দেখুৱাত, পৰিয়ালেৰে সৈতে অল্প ঠাই এৰি শিৱসাগৰ নগৰৰালী হলহি। সজলােক সকলৰ উপজীবিকাৰ অর্থে গৰমেণ্টৰ চাকৰিৰ বাহিৰে এচলিত আন কোনাে য় নথকা বাৰে, পিতৃব্য মহাশয়ে তেওঁৰু কাছাৰীৰ কাৰ্য-শিক্ষা কৰাৰ অভিপ্রায়েৰে সেই সময়ৰ নিয়ম মতে মাহিলি চাৰি টকা বেতন শিনৰিচি কত নিযুক্ত কৰাই, পুৱা-গধূলি “মালা ব্যাকৰণ পঢ়িবলৈ ওচৰ চুবুৰীয়া সংস্কৃত পঢ়াশালী এখনত ব্যমূৱাই দিলে। সেইমতে তেৱো চকাৰী কৰ্ম আৰু আন ভাৰ এৰি শিক্ষা বিষয়ত নিযুক্ত হৈ থাকিল। যেনেকৈ এক বৰ ৰস চেপোতেই ৰসাৰৰ লালসা বাঢ়ি যায়”-এই ৰীতি অনুসৰি ১৪১৫ বছৰ বয়সতে দেবনাগেৰী আখৰ চিনি তাৰে লেখা পুথিৰ ৰসাদনে বৰুৱাৰ মন ধৰিলে। সংস্কৃত ব্যাকৰণৰ দৈনিক পাঠ সমাপ্ত হলে যদি অল্প সময় লাভ কৰিব পাৰে তাতে, তেওঁ হিন্দী আৰু সংস্কৃত পাঠ বিলাকৰ আৰ্তন আৰু আলোচনা কৰিবলৈ ধৰিলে। হেমচন্দ্ৰ বৰা যেনে দৃঢ় সংকরী তেওঁৰ বুদ্ধি প্রতিভাও তেনে অটল আছিল। তেওঁ জসীম উৎসাহ আৰু অখ্যৱসায় গুণেৰুেতি অল্প কালৰ মূৰতে চেষ্টিত কাৰ্যত তা আৰু হিন্দী ভাষাৰ অর্থাগম কৰিব পৰাও হন। বিঙ্গা- মন্দিৰৰ লৰ খাপত ভৰি দি-নিপিলাকৈ ৰাখিব পাৰিলে নিৰ্বিঘিনীয়ে সহায় হৈ কমে উমতি-ৰাটৰ পােৰ দেখাই দিয়ে। ইয়াৰ ভিতৰতে ৰকৰাৰ ইংৰাজী শিক্ষাৰ হেপাহ মনত ঢৌ মৰাত তেওঁ ইংৰাজী এয়মাৰ ৰা প্ৰথম কিতাপ এখন নি তাকে মনে মনে অত্যাস আৰু ৰাজকীয় কর্তব্য ক অতি সােনলে সাবশেষ কৰি যি ফেৰি সময় পায়, তাতেই যিন নালাের আয় লৈ সেই কু পুথি খন পঢ়ি শেষ কৰিলে। ইংৰাজী ভাষাৰ নাহৰ