সমললৈ যাওক

পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(খ) উলিওৱাটোকে সমীচীন বুলি বিবেচনা কৰা হ'ল। পঞ্চাশ বছৰ অধিক কাল, আগতে ছপা হােৱা পুৰণি পুথিখনি পুনর্মুদ্রণ বৰ কষ্টসাধ্য। তথাপিও বহুত উলি যােৱা আখৰ উদ্ধাৰৰ কাৰণে চেষ্টা কৰা হৈছে। কিছু ঠাইত আখৰ সৰু হােৱা পৰিলক্ষিত হৈছে যদিও বুজাত বিশেষ অসুবিধা নহ'ব বুলি ভাবিছে। সুধী সমাজে হেমচন্দ্ৰ বৰবাৰ শব্দৰাজিৰ ওপৰত শিক্ষাগত কাৰণতে মূল্য নির্ধাৰণৰ গুৰুত্ব দিয়াত নতুন শব্দাৱলীত একোটি চিনেৰে নতুন শব্দ বুলি চিহ্নিত কৰিবলৈ ‘১’ চিন দি পৃথক কৰি দেখুওৱা হৈছে যদিও অভিধানত নতুন শব্দ সংযােজনৰ এনে চিহ্ন পদ্ধতি বিৰল। সর্বশেষত পুণ্যশ্লোক পিতামহ হেমচন্দ্ৰ বৰাদেৱৰ গুণগ্রাহী সদাশয়, বিশেষকৈ নতুন পুৰুষে গ্রহকর্তাই যি উদ্দেশ্য আগত ৰাখি অভিধানখন ৰচনা কৰাৰ প্ৰয়ােজন অনুভৱ কৰিছিল সেই দিশটোও বিবেচনা কৰি পুথিখনিক আদৰি ললে আমি কৃতার্থ মানিম। ৩.টী - ৭৮১০০৩ দেন বর ১৯৯৮ চন। প্রকাশক গ্রন্থকাৰ সংক্ষিপ্ত জীবনী। অসমীয়া ভাষাৰ পণ্ডিত দেশ হিতৈষী হেমচন্দ্ৰ বৰুৱা ইং ১৮১৫ শকৰ নবেম্বৰ মাহত শিৱসাগৰ জিলাৰ লগত ৰজাবাহাৰ মৌজাতন্ম গ্রহণ কৰে। তেওঁৰ পূৰ্বপুৰুষ সকলে আসাম ৰাৰ ৰাৰ সময়ত বিৰিণ বিষয় ভােগ কৰিছিল। তেওঁৰ জন্মৰ পাত শিক্ষিত ককায়েক এজনৰ কাল কাক এহৰ মূখত এাণ সমর্পণৰ শােত পৰি পিতৃৰ মন বৰ দুঃখিত হৈ কেই ৰহৰলৈকে তেওঁক পাঠ শিক্ষা দিবলৈ আহেলা কৰি আছিল। তেওঁ ? বয়সৰ সময়লৈকে গাবতে লােৰ মূৰে মালাৰ আখৰ চিনি দেণ কোমল ভাষাৰ পুৰি পঢ়িব পৰা হল আৰু এই মতে ৮ বৰ মান বয়স লােত গিয়ে সক শ সাধিবলৈ লগালে আৰু শৰ-হু সতেই সংযােগ বিলাকেৰে সৈতে চিনা কৰালে। আগে যদিও ও ও পুৰি পঢ়িব পৰা হৈছিল হয়; তথাপি, সংযুক্ত আখৰিলাৰু আনৰ সহায় এলো, কেলটাই হে মাতিছিল। এআিা নেই আবিলাক দিলে মাতিৰ পৰাল আৰু তাৰ কাৰণে আনৰ মুখলৈৰাটাতে নিগহৈ পৰিল। তাতে বিন সহায়েৰে মহাৰৰ নাে, ভীম, - আদি প-