পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ ৩০ ] ন-বােৱাৰী। পিতাম্বৰ-ছােৱালীৱে কৰিব পাৰেমানে সহিব পাৰেমানে ভাল । কি কৰিবা আমাৰ কিবা উপায় আছে নে ? মােৰ জ্ঞানী ছোৱালা বন বন নুবুলি কথাক কথা নুবুলি ভাল কৰিছে। (ভিতৰৰ পৰা ওলাই আহোতে) | প্রেম-ভাল কৰিছে ময়য় বুলিছে। কিন্তু, এটা কথা, আগৰ লাবন্য এতিযা নাই আগৰ মূখ নাই, আগৰ তেজ মঙ্গহ নাই চকুৰ গুৰি কলা পৰিল। বৰ নৰীৰ পৰা উঠিলেও মানুহৰ এনে নহ। | পিতাম্বৰ- সিহঁতৰ যি ইচ্ছা তাকে কৰক। তুমি নপপিথাও বুলিছানে কি ? প্রেম -নহয়, আগৰ তেজ মঙ্গই চাপে মানে ৰাখিম বুলি ভাবিছো। ছোৱালৱেও মন মুকলিকৈ দুদিন মন জুবাওক। পিতা–বিহুলৈ অনাইছো ; অতি টানে ১০ দিন, তাতকৈ বেচ কাৰলে হিতে বিপৰীত হব পাৰে। প্রেম-এৰা হওতে; এ বােপা আহিব বুলিছিল হয় ? পিতা—কোন বােলা ? প্রেম—জো ই লৰা- পিতা—অ’ হ্য। আৰু সাত দিনৰ মুৰত চৰকাৰী লেঠালৈ আহিব।