পৃষ্ঠা:ন-বোৱাৰী.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২৪ ] ন-বোৱাৰী। সুভদ্রা—মানিকীক পাচ, পটেশ্বৰীক মাতি আনিক। স্বর্ণ-নেলাগে মাতিব। খায় যদি খাওক হি। অ’ সৌৱা-মানিকীৰে সৈতে আহিছে। | মানিক। অক লাস্যৰ প্রবেশ ] সুভদ্রা— বোৱাৰীয়েকক চাষ ) কহিতে মাৰৰ মুৰ, বাতিত বাপেৰৰ লাওখােলা—দন হাই কৰি দাই মাৰ। খাবৰ সময়ত মাতিব নেলাগে বনৰ সময়ত বৰ চাঙ্গত উঠ গৈ ? | স্বর্ণ -পৈ সুৱগী মানুহৰ দস্তুকে এনে। ভিতৰত সোমায় ফোত লব, এবাৰ আসি চাব, এবাৰ মুৰ চুৰিব আকৌ শাহ আহিছে নে নাই তাকে চাব তেহে যদি ভাল পায় । • সুভদ্রা-ভাত চাঙ্গি ভৰাই যি কৰে কৰি থাওকগৈ। অামাক কেলৈ লাগিছে লৰাই লাই দিছে, গুণেই চল পাই চাপৰি বইছে। নহলে মােৰ মূখে মুখে কথা কবলৈ সাহ পায় ! স্বর্ণ অহা বৌ! আমি ইয়াত থাকিলে আকৌ দন লংগিব। অগিৱে অতৰ হও। | সু-ভাতে আঁতে নাতে চাচোন। ম্য ওৰে দিন তি হই থাকিব নােৱাৰাে। লাবন্য-আঁতিব; বিধুতি ওকগৈ।