পৃষ্ঠা:ন-বোৱাৰী.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ ১৬ ] ন-বোৱাৰী । এৰুৱাৰ পৰা নাই বোধ কৰে। ভাতে খাবলৈ পােৱা নই ! ভাত পানী খাই হওঁতে যিমান পাবে বন বাৰি কৰি থাওক -যদিহে খাবলৈ পােৱা নাই বৰ। দুঃখল কথা। (লাব্য দেখি। অ' মোৰ লাহনা; সোণ চিকুনৰ চিকুনে--প্রেম নৈতন গুপিবলৈ শিকিছে, তুমি দুব মাৰি লুকুৱা মই বিছাৰি উলিয়াম। বেচ, বেচ, মোৰ মইনানে কোন- নাহবিনে কোন—কক ! ( ওচৰ চপ) মস কলেজত পঢ়োতে কল্পন। গত যিটি প্রেমৰ পুতলা দেখিছিলো তুৱেই সেইটি। কি,ইকি! হলত বিষাদ, জোনাক এন্ধাৰ, অমৃত বিহ, কুসুমত কীট, সানাশ দেখোন কান্দিহে। লাহৰী—সোণ ! চুলিবোৰ ঢিঙ্গিলা কেলৈ ? কি কল নােকোৱানে কি ? ( হাতেৰে ধৰি আনি বিচনাত বহে) কি হ’ল মইনা । কিয় কান্দিছা ? লাবন্য – এনেৱে। চন্দ্র-কোৱাচোন বাৰু, কিনাে হ'ল ? লাবন্য -নাই একো হােৱা নাই। চন্দ্র-তেনেহলে কান্দিছা কিয় ? লাবন্য-মোতে। চন্দ্র-মােৰ আগত নােকোৱা নহয়নে? লাবন্য—কিনাে কম ? চন্দ্র-কেলৈ কান্দি।