পৃষ্ঠা:ন-বোৱাৰী.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ১৪ ] ন-বােৱাৰী। ভাতগাল কাঢ়ি খাইছে, তহঁতৰ ঘৰৰ পানী খােৱ নাদ বিহ ঢালিছে নহয় বাৰু ? সেই গুণে তােৰ কপা মিছাকৈ লগাইছে ? নহয় বাৰু ? খেকাৰ খতি, বান্দি, গােলামৰ কথীয়া, ইমানতে ইমান পালিহি ? গছকিব লাগেনে ? লাবন্য– যিহকে মন যায় তাকে কৰক। সুভদ্রা- আকৌ মােৰে সৈতেও মুখ চুপতি। মই তেৰ সমনী তােৰ জোৰৰনে ফেৰৰ ? মাৰে মথেন দন কৰিবলৈ শিবই পঠিয়ালে ? কামৰ ফালে কুটা এগছিও চিঙ্গিবৰ মােগ্য নহয় । ধােদৰ পচলা মাত্ৰ বহি শুই খাবলৈ আহিছ। বন এখনলৈ পা- ছিলে সাত খন দন কৰিৰি। ডুমুনী দন কৰিবৰ হলে ডোমৰ গাৱঁলৈ । তাতহে তােৰ জোখাৰে মানুহ পালি। বাৰু, আজি বােপা আহক ইয়াৰু মান পাৰি। গুচ, ডুমুনী আগৰ পৰা গুচ। লন্য গুচি যায় ) ভদ্র। -বল আই-এইজনীৰে কিমান দন কৰিবি। স্বর্ণ-মোক কেলৈ ? সুভদ্রা - আহ জলপান দুটামান খাইহি। আজি ভাত হওতে বেলি হব । ( ঋক হাতত ধৰিলৈ প্রস্থান)