পৃষ্ঠা:ন-বোৱাৰী.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৮ 1 ন-বােৱাৰী। | ফেদেলী—কেনেকৈ চিনিবা মােৰ লাহৰি ! তােন মাক আনিবৰ দিনধৰি আমি আহিবলৈ আজৰি পােরা নাই। ঘৰত আসােৱাহ হালােৱা পথৰুৱা মানুহ না- নান বন-বাৰিত ফুৰি ফুৰােতেই যায়। হওতে ঘৰৰ ইয়াৰ পৰা দূৰণীত নহয়, জানাে এমাইল হয়নে নহয় ? ককিলীৰ ঘৰ সৌৱা, তাই তিনিও তিলিকিতে আহিব পাৰে। কচুখী আকৌ খাতােৱাল চুকৰ গাওঁবুঢ়া রনী, নিধি গাঁওবুঢ়াৰ ঘৰশুৱা। | লাৱন্য—ভাল বাৰু; বাই, তােমাৰ কোন কোন আছে ? ফেদেলী—মাউৰা পােনা দুটা; সিহতকে বুকত বান্ধি থাকে। তাৰে যেনিবা বৰটোলৈ যােৱা বাৰতে ছােৱালী এটী চপাইছো। লাবন্ত-সৰুটিলৈ আনিবৰ নৌ হবলা? ফেদেলী—এ-নৌ অচোন সি এখনীয় কাচুতি স. লাইছেহে। লাবন্য—বােৱাৰীয়াক মাজে মাজে পথিয়াবানে ? ফেদেলী—ক লাগিছেনে আহিগৈ থকা মানুহ। লাবণ্ঠ—বাই তােমাৰ কোন আছে ? কচুমােৰ কপালে, লৰা ছােৱালীৰ মুখ ইজম্মত নেদেখিলাে। নিঠৰুৱা মতা-তিৰােতা এহাল মাথােন। ককিলী—বৌদেউ । এতিয়াও ধুতি ভগা নাইনে