পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
মন্ত্ৰণানীতিবিচাৰঃ।


লিখনং কাৰ্য্যঞ্চ। আগে তাঞিঁৰ আমাত মিলিত শৰণ ৰাম ৰাম শুনি পৰমানন্দে সন্তোসিত হৈলাম। কিন্তু উচিত কৰিতে যোগ্য।

সচিবঃ কিম্বা মন্ত্ৰী য আদাবেবচভূপতৌ
যুদ্ধোদযোগং স্বভূত্য়াগং নিৰ্দিশত্যবিচাৰয়ন।
ক্ৰমাদ্বেতসবৃত্তিস্তু প্ৰাপ্লোতি বিপুলাং শ্ৰিয়ম্
ভুজঙ্গবৃত্তিৰাপ্নোতি বধমেবতু কেবলম্।
কৌৰ্ম্মং সঙ্কোচমাস্থায় প্ৰহাৰমপি মৰ্ষয়েৎ
প্ৰাপ্তেকালেতু মতিমানুত্তিষ্ঠেৎ ক্ৰূৰসৰ্পবৎ। কা–১০।৩৮

 বেতস বৃত্তি—বেতস লতাএ অঙ্কুৰিত হুয়া বৃক্ষ শত্ৰুক সহায় কৰি মুল মধ্য অগ্ৰত চৰিয়া ক্ৰমে সেই বৃক্ষ শত্ৰুক নাশ কৰে।

উত্থানেনেধয়েৎ সত্বম্ ইন্ধনেনেব পাবকম্
শ্ৰিয়ো হি সততোখায়ী দুৰ্ব্বলোহপি সমৰ্শ্নুতে। কা--১৪।৯
ভোক্তং পুৰুষকাৰেণ দুষ্টাংস্ক্ৰিয়মিব শ্ৰিয়ম্
ব্যবসায়ং সদৈবেচ্ছেৎ নহি ক্লীববদাচৰেৎ। কা—১৪।১০

ৰাজকাৰ্য্য়মাহ,--

মন্ত্ৰে মন্ত্ৰফলাবাপ্তিঃ কাৰ্য্য়ানুষ্ঠানমায়তিঃ
আয়ব্যয়ৌ দণ্ডনীতিৰমিত্ৰ প্ৰতিষেধনম্।
ব্যসনস্য প্ৰতীকাৰো ৰাজৰাজ্যাভিৰক্ষণম্
ইত্যমাত্যস্য কম্মেদম্ হন্তি তদ্ব্যসনান্বিত। কা-১৪।২৪

 যদি ৰাজ্যত দুৰ্ভিক্ষাদি ব্যসন হয় তবে ৰাজাএ শান্তি স্বস্ত্যয়নাদি কৰাব। এতেকে ৰাজ্যৰ দুৰ্ভিক্ষ গুচিব।

অমাত্যৈবসনেপেতৈ হিঁয়মানো মহীপতিঃ
অশক্ত এবোৎপতিতুং ছিন্নপক্ষইবাণ্ডজঃ। ১৪।২৫
হিৰণ্যবস্ত্ৰধান্যানি বাহনানি তথৈবচ
তথান্যে দ্ৰব্যনিচয়া প্ৰজাতঃ সম্ভবন্তিহি। ১৪।২৬