পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
নীতিলতাঙ্কুৰ।


যুবৰাজেন সন্ধায় প্ৰধানপুৰুষেণ বা
অন্তঃপ্ৰকোপং জনয়েদভিযোক্তুঃ স্থিৰাত্মনঃ। কা—৯।৬৮

আত্মোৎসৰ্গেন মহতা লেখৈবাঁপ্য়থ সংহিতৈঃ
প্ৰধানপুৰুষস্য়েহ কুৰ্বীতাৰ্থপ্ৰদূষণং। কা—৯।৬৯

দূষিতেচ মহামাত্য়ে ৰিপুৰুণগ্ৰাহি ধামতা
স্বপক্ষে যাত্যবিশ্বাসমিত্থস্তৃতস্তু নিষ্কৃতিঃ। কা—৯।৭০

অৰেৰমাত্যান সন্ধায় তদাৰম্ভান্ সমুন্নয়েৎ
ভিষণ দানেন বা শত্ৰূন ৰসদানেন সাধয়েৎ।
অৰেঃ সৰ্বত্ৰ যত্নেন অন্তঃকোপং প্ৰকোপয়েৎ
অৰেঃ কোপমথানিষ্টমনুসৃত্য প্ৰধৰ্ষয়েৎ। কা-৯।৭২

তদ্দশকৃতসম্বাসৈশ্চাৰেনিমিত্তকৈৰপি
উপোটব্যসনাদেশং কাৰয়েৎ সিদ্ধলক্ষণৈঃ। কা-৯।৭৩

 স্বস্তি  শ্ৰীসকলগুণগ্ৰামাণিৰাম-মিত্ৰবাৎসল্য-পৰমোদাৰৰিতেষু লিখনং কাৰ্য্যঞ্চ। আগে সমাচাৰ এহি স্বদেশৰ স্বতন্ত্ৰ ৰাজা যেঞিকে অভিষেক ৰাজাৰ আমাৰ দেহো তাঞিতে উৎসৰ্গিতেছি। যেমত প্ৰকাৰে বাঞ্চা সিদ্ধ হয় তেমত কৰিতে যোগ্য। তাঞিৰো পূৰ্ব অঙ্গীকৃত পালিতে যোগ্য, ইহাত অন্যথা নকৰিবেন ৰামৰামকি দোহাই। তাঞিৰ অৰ্থে বহু মূল্য বস্ত্ৰ অলঙ্কাৰাদি দিয়া গৈছেন। পাচে এই পত্ৰ যেনেকৈ স্বৰজাই পাই তেমত কৰিব। আৰু বৈদ্যৰ মণিমন্ত্ৰ ঔষধৰ দ্বাৰাও ৰসদানৰ দ্বাৰাও শত্ৰুৰ মধ্যত পৰস্পৰে কোপ জন্মাব।

 যুবৰাজাক লাগি এই নিয়মে পত্ৰ লিখি দিব। স্বস্তি শ্ৰীসকলগুণাভিৰাম- গ্ৰামধাম-সুচাৰুচৰিত্ৰ-চিত্ৰিতাশেষ-দিগন্তৰালযুবৰাজেষু লিখনং কাৰ্য্যঞ্চ। আগে সমাচাৰ এহি তাঞিৰ পত্ৰ ভেজিচেহি। আম্ৰাও পত্ৰত মিলনৰূপ হকিকত শুনি পৰমানন্দ সন্দোহে আপ্যায়িত হৈলাম, বিলম্ব নাকৰিবেন্।

 এইৰূপ পত্ৰ লেখি দি শত্ৰুৰ মধ্যত কোপ জন্মাব। প্ৰধান পুৰুষক লাগি এইৰূপে পত্ৰ দিব। স্বস্তি শুভাশয়-পৰমোদাৰ-চাৰু-সমাচাৰ-চৰিত্ৰষু