পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
নীতিলতাঙ্কুৰ।


বাৰ্ত্তাং প্ৰজাঃ সাধয়ন্তি বাৰ্ত্তা বৈ লোকসংশ্ৰয়া
প্ৰজায়াং ব্যসনস্থায়াং ন কিঞ্চিদপি সিধ্যতি। ১৪।২৭
ক্ষয়ঃ স্থানঞ্চ বুদ্ধিশ্চ ত্ৰিবৰ্গো নীতিবেদিনাং॥

 ক্ষয় বুলি কোষাদি নাশকে, স্থান বুলি স্বদেশ পালনকে, বুদ্ধি বুলি পৰৰাষ্ট্ৰ মাৰি স্বৰাষ্ট্ৰ বৰ্দ্ধনকে।

অথাষ্টবৰ্গঃ কথ্যতে,-

কৃষিবণিক্পথো দুৰ্গং সেতু কুঞ্জৰবন্ধনং
খন্যাকৰবলাদানং শৃন্যানাঞ্চ নিবেশন। ৫।৭৭।

 শস্যাদি কৰণকে কৃষি বোলে। নৌকাদি দ্বাৰায বাণিজ্য কৰণকে বণিক পথ বোলে; দুৰ্গ গডকে বোলে। সেতু ৰাজআলিক বোলে। কুঞ্জৰবন্ধন হস্তিশালকে বোলে। খন্য়াকৰ তাঁতী সোণাৰীৰ গ্ৰামক বোলে। বলাদান সৈন্য গ্ৰহণক বোলে।

  “স প্ৰভাবঃ প্ৰতাপশ্চ যত্তেজঃ সমুদাহৃতং”

 ধনদণ্ড, শৰীৰদণ্ড এই দুইৰ দ্বাৰাই যি তেজ তাকে প্ৰতাপ প্ৰভাব বুলি।

তেজঃ কথ্যতে,-

অধিক্ষেপাবমানাদেঃ প্ৰযুক্তস্য় পৰেণ যৎ
প্ৰাণাতায়েহপি হননং তত্তেজঃ সমুদাহৃতং।
“ভেদো দণ্ডঃ সামদানমিত্য়ুপায়চতুষ্টয়ম”

 স্বাৰ্থসাধনমুপায়ঃ; শত্ৰোঃ স্বাম্যমত্যাদীনামুপায়েনাত্মসাৎ কৰণং ভেদঃ। সতু ত্ৰিবিধঃ।

স্নেহৰাগোপনয়নং সংযোগোৎপাদনন্তথা
সন্তৰ্জনঞ্চ ভেদজ্ঞৈঃ ভেদস্তু ত্ৰিবিধঃ স্মৃতঃ। ১৮।৮

দণ্ডঃ সতু ত্ৰিবিধ।