পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
মন্ত্ৰণানীতিবিচাৰঃ।


 অস্য়াৰ্থ: --যাতো গ্ৰাহৰ সম্বন্ধি জলে স্বদেশ, গজেন্দ্ৰৰ অদেশ, এতেকে অল্পবল গ্ৰাহেও বলবন্ত হস্তীক গ্ৰহণ কৰিলে। এতেকে সৰ্বথা দেশ প্ৰধান।

ৰাত্ৰাবুলুকো বিনিহন্তিকাকং কাকোহপ্য়ুলূকং ৰজনীব্যপায়ে
ইতি স্বকালং সমুদীক্ষা যায়াৎ কালে ফলন্তীহ সমীহিতানি।
শ্বানং সমাক্ৰামতিকূলসংস্থং শ্বানশ্চনক্ৰং সলিলাদপেতং
ব্যবস্য়মানো ধ্ৰুবমভ্য়পৈতি দেশেস্থিতঃ কৰ্ম্মফলোপভোগ্যং॥

 অস্য়াৰ্থঃ- “উলূকৰ সম্বন্ধে দিন অকাল কাকৰ ৰাত্ৰি অকাল, এতেকে ৰাত্ৰিত ফেঁচাএ কাক মাৰে, দিনত কাকে ফেঁচাক মাৰে। জলেস্থিত: শ্বানং কুকুৰং নক্ৰঃ ভক্ষতি সলিলাৎ অপেত ভূমিস্থং ঘৰিয়ালং শ্বানঃ খাদন্তি। ইতি ব্যবস্যমানঃ নিশ্চিত্য় দেশস্থিত: কৰ্মকলোপভোগাং উপেতি প্ৰাপ্নোতি।

স্ফীতঞ্চাপ্যৰক্তঞ্চ যদা প্ৰকৃতিমণ্ডলম্
পৰস্য বিপৰীতঞ্চ তদাবিগ্ৰহমাৰভেৎ। কা—১০।২৮

 অস্য়াৰ্থঃ যি কালত আপোনাৰ প্ৰকৃতিমণ্ডল স্ফীত বৰ্দ্ধিত অনুৰাগী হব, শত্ৰুৰ বিপৰীত দুৰ্ভিক্ষাদি পীড়িত হব সেই কালত যুদ্ধ কৰিব।

মিত্ৰমাক্ৰন্দ আসাৰো যদাস্য়ুদৃঢ়ভক্তয়ঃ
পৰস্য় বিপৰীতাশ্চ তদা বিগ্ৰহমাৰভেং। কা—১০।২০
ন জাতু গচ্ছেদ্বিশ্বাসং সন্ধিতোহপি হি বুদ্ধিমান্
অদ্ৰোহে সময়ং কৃত্বা বৃত্ৰমিন্দ্ৰঃ পুৰাবধীৎ। কা - ৯।৫৪

 অস্য়াৰ্থ: -সন্ধি কৰিলেও অতিবিশ্বাস নকৰিব। ইন্দ্ৰেও সময় কৰি বৃত্ৰক মাৰিলে।

বিস্ৰম্ভাৎ প্ৰিয়তামতি বিস্ৰস্তাৎ কাৰ্য্য়মৃচ্ছতি
বিস্ৰম্ভেনতু দেবেন্দ্ৰোদিতেৰ্গৰ্ভপাতয়ৎ। কা—৯।৬৭

 অস্য়াৰ্থঃ বিশ্বাসৰ পৰাহে সকল কাৰ্য্য হয়, পুৰ্বে বিশ্বাস কৰিহে ইন্দ্ৰে

দিতিৰ গৰ্ভ মাৰিলে।