পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
নীতিলতাঙ্কুৰ।


দিয়নকে উচ্ছিন্ন বোলে। আৰু মোৰ দেশৰ কৰভাৰ স্কন্ধত কৰি দিম এই বুলি মিত্ৰকৰণকে স্কন্ধোপমেয় বোলে।

 অথ সন্ধৌ নিষেধমাহ,-

ন সন্ধিমিচ্ছেদ্ধীনেন তত্ৰহেতুৰসংশয়ঃ
অস্য বিস্ৰম্ভমাসাদ্য প্ৰহৰেত্তত্ৰ নিস্পৃহঃ। কা—৯।৬৪

 অস্য়াৰ্থ —যদি শত্ৰুক আপোনাতকৈ হীন যেন দেখে সেইএৰে মিত্ৰ নকৰিব, যাতে তাৰ পৰা সংশয় নাই। এতেকে তাত বিশ্বাস নকৰি নিৰ্দ্দয় হই দণ্ড কৰিব।

 অন্যায়েন শত্ৰূন্ হত্বাপ্য়দোষ মাহ মহাভাৰতে,-

নিয়মমুপনিন্য়াৎ কূটযুদ্ধেন শত্ৰূন্
ন হি তিৰয়তি ধৰ্মং ছদ্মনা শত্ৰুনাশঃ।
সচকিতমিব সুপ্তং পাণ্ডবানামনীকম্
নিশি সুনিশিতশস্ত্ৰো দ্ৰোণসূনুৰ্জঘান॥

 অনয়োৰৰ্থ:- কূটযুদ্ধেন শক্ৰ হন্য়াৎ নিয়ম এব শাস্বাৰ্থ এব। অন্যায়েন শত্ৰুনাশঃ ধম্মং ন তিৰয়তি ন নাশয়তি যতঃ দ্ৰোণহূনুঃ অশ্বথামা নিশি ৰাত্ৰৌ পাণ্ডবানাং সৈন্যং সুপ্তম্ সুনিশিতৈস্তীক্ষৈবাণৈঃ জথান।

 নিৰুদ্ধগ্ৰহণং বিগ্ৰহঃ,-

আত্মনোহভুয়াকাক্ষী পীড্যমানঃ পৰেণবা
দেশকালবলেপেতঃ প্ৰাৰভেতেহ বিগ্ৰহং। কা—১০।২

 অস্য়াৰ্থ: ---দেশকালবলোপেতঃ সন্ শত্ৰুভি: সহ বিগ্ৰহং প্ৰাৰভেত। এবং কুৰ্য্য়াৎ পৰেণ শত্ৰুণা পীড্যমানঃ।

 দেশাদেশঃ কালাকালঃ কথ্যতে,-

অদেশস্থো বহুৰিপুঃ স্বল্পকেনাপি হন্যতে
গ্ৰাহোহম্লীয়ানপি জলে গজেন্দ্ৰমপি কৰ্ষতি। কা—৯।৩৯