পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱসিদ্ধ সংক ভূতদয়া ধৰ্ম্মে মোক নেৰোক মাধৱ। তোমাৰ ভৃত্যসে মোৰ পৰম বান্ধৱ॥৪০৭ পুত্ৰ দাৰা বিষয়ত হৌক স্নেহ ছেদ। মুহি যেন সদায়ে তোমাত বুদ্ধি ভেদ। পূৰ্বৰ স্বভাৱ মোৰ কৰিয়ো উচ্ছাদ।। তোমাৰ চৰণে মাগো এতেক প্ৰসাদ॥৪০৮ পাৱে পৰি কৰৰ মই কাকুতি প্ৰকটে। নছাড়িবা নাথ মোক মবণ শঙ্কটে। নজানো ভকতি ৰতি প্ৰণতি তোহ্মাৰ। মই অনাথক বন্ধু কৰিয়ে। উদ্ধাৰ॥৪০৯ তুমি মহা কৃপাপয় জগতে বিদিত। মই মহাপামৰ পশুতো গৰিহিত। জানি যেন যুৱাই কবা বান্ধৱ মাধৱ। বোলা বাম বাম কৰা পাপ পৰাভৱ॥৪১০ দুলড়ী নাৰদ বদতি বসুদেৱ শুনা | সিদ্ধ সবে যেন কৈলা। ভাগৱত ধৰ্ম | শুনি নিমি বাজা অতি কৃত্য কৃত্য ভৈলা॥৪১১