পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱসিদ্ধ সংবাদ দুৰ্জন মনৰ সঙ্গে ভৈলো সৰ্বনাশ।। নকৰিলে প্ৰাণ প্ৰভু তোমাত বিশ্বাস। আপুনি উদ্ধাৰ কৰা কৃপাময় মোক। বোলা ৰাম ৰাম যত সামাজিক লোক॥৩২৬ ছবি। পুনৰপি পুছিল। নৃপতি প্ৰণতি কৰি | গুনিয়োক সবে মহামুনি। হৰিৰ ভকত সবে : বিঘ্নিৰ মুণ্ডত ভৰি | দিয়া ফুৰে কহিলা আপুনি। যিটো সবে ইন্দ্ৰিয়ক জিনিবাক নপিৰয় ভোগত অধিক আশকতি। কৃষ্ণৰ ভকতি হীন ব্যাৰ্থে ৩য় কবে গণি কৈয়ো তাসম্বৰ কেন গতি॥৩২৭ মহৰ্ষি চমসৰ চতুবাশ্ৰম কথন শুনিয়া চমস সিদ্ধে | সখুশি সিদ্ধান্ত দেত্ত কহে কথা তোমাত সম্প্ৰতি। হৰিত নাহিকে মতি নকৰে ভকতি বতি শুনা যেন তাহাৰ বিপত্তি।