পৃষ্ঠা:নাম-মালিতা.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নমো নমো কৃs এই কৃপাম দেৱোৰে দেৱ প্ৰধান। সাৱে ভযু পাৰে না। কৰা লক্ষকোটি মান। বুদ্ধিত থাকিয়া যেন অনুমত্তি দিলা তুমি কৃপাময়। সেহি অনুসাৰে বিৰহিসে। পদ চ্য ৫ ৬• ৪॥ নামক বৰ্ণনা তাম। পৰিল ছিদ্ৰ যতেক। নিজ কৃপাণে স'েযে অপুনে ক্ষমিয়ো াক প্ৰত্যেক। আপুনি বুলিছা মোহোৰ নামক বি কনে কীৰ্ত্তন কৰে। তাহাৰ যতেক অপৰাধ সিয়ে ক্ষমা কৰো নিৰন্তৰে। ৬০৫। তাকে জানি তযু নামক বৰ্ণনা কৰিলো জানি নজানি। ইহাত আহ্মাৰ অপৰাধ ক্ষমা কৰিয়োৰু চক্ৰপাণি। মোৰ দুৰাচাৰ ভৰতত কৃতাৰ্থ হোয়ে বুলি আছা বাণী।