পৃষ্ঠা:নাম-মালিতা.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰ কেতিক মিলয় আসি মৰণ। ছাৰত ভূমিত কলিৰ যুগ দুৰ্লভ মনু কায়া। মাক পায়া যিটো কীৰ্তন নকৰ তাক যঞ্চে বিষ্ণুমায়া। ৬১। কৰি কৃতাঞ্জলি বোলাহে। বিনতি শুনিয়োক সৰ্বশোক। হৰি নানক কবিয়য়া কীৰ্তন জনম সফল হোক। যকে দেখা। পুত্ৰ দাৰা ধন বিজুলী যেন চঞ্চল। এতক্ষণে আছে এতিক্ষণে নাই বিনাশী ইটো সকল ৬২। ইহাৰ আগত নকৰিয়ো ব্যৰ্থ দুল্লভ মনুষ তনু। কোটি কোটি মা আৰ আক, নপাইবা পুনু। ছেন জানি আন আশা দূৰ কৰি হৰিত লৈয়ো শৰণ। সৰ্ব শিৰোমণি বৰৰ নামক কয়ি মা কাল।•৩।