পৃষ্ঠা:নাম-মালিতা.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ত্ৰ প্ৰকাৰে যদি কদাড়ি কামনা সিদ্ধ কয়। সংসাৰতে ভ্ৰমি মৰে কদাচিতে। তৰিবাৰু নপিৰয়। ৫৯৮। হেন জানি সভা সদ নিৰন্তৰে কৰিয়া ৰতি ন'মত। অপৰে ধৰ্ম নাই নাই নাই দুৰ্ঘোৰ ইটো কলিত। যদি পাপ কলি সমন্তে ধৰ্ম্মক কৰিল দূৰ সম্প্ৰক্তি। হৰি কীৰ্ত্তনৰ ওচৰে বাইক নাহিকে তাৰ শকতি। ৫৯৯। এৰি হেতু ইটো কলিত প্ৰধান ভৈল মাধৱৰ নাম। মহা পাপী অন্ত্য জাতিযো ীম কৰি পাৱে মোক্ষ কাম। কলি দোষ আদি একোয়ে বিঘিনি নাহিকে হৰি নামত। যুতে বিঘিনি আয়ে সংসাৰত নামে কৰে সবে হত। ৬০০ বিঘৃিনি বৰ্জিত লৈয়োক সৰে শৰণ। হৰিৰ নাম