পৃষ্ঠা:নাম-মালিতা.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু আমি মহা মৃৰ হেন দামি কমিক যোগ্য হয়। ৫১৫। হৰিৰ নামৰ উচ্চ নিচ নানা শুনিলাহা ফল যত। সকাম নিষ্কাম পাত্ৰ অনুসাৰে কবিলা ঋষি সমস্ত।

  • ী সব

এক গোটাকল কেবলে হৰি কীৰ্ত্তন। বুদ্ধি অনুসাৰে নানা বিধ কাম কৰে নানা বিধড়ন। ৫৯৬ সনস্তে পাপৰ প্ৰায়শ্চিত্ত হেতু কভো লোয়ে হৰিনাম। কতো পুণ্য ফল কৰো মুকুতিক কাম। এহি নানা বিধ পাক দেখিয়া শাস্ত্ৰ কা নিৰন্তৰ। অনেক প্ৰকাৰে কৰিলা নিব মহিমা হৰি নামৰ। ৫৯৭। নানা ফল শ্ৰুতি দোয়া লোক কৰাইল শ্ৰদ্ধা নামত কামনাক সিদ্ধ কৰি মহা সুখে মুকুতি পাইৰ পাচত। প্ৰাপতিৰ হেতু