পৃষ্ঠা:নাম-মালিতা.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ যিদোষ দেখা তেজিয়ে তাক সকল। শলৰ অৰ্থে কৰিছো গ্ৰহণ কৃষ্ণৰ নাম মঙ্গল। পৰম নিৰ্মল যদি গজল মৃতিকা পাত্ৰে থাকয়। পাঙৰ দোষত থাকি গঙ্গাজল কমনে তেজি আছয়। ৫৯৩ | মোৰ পদ ভৈল মৃতিকাৰ পাত্ৰ গঙ্গাজল হৰি নাম। পাত্ৰ দোষ তেজি শুনিয়ো উৎসুকে যাৰ মুকুতিক কাম এ বহিৰ্ভূত যিটো বঢ়া দেখা নেদিবা দোষ ইহাত। ব্যাসমহা কবি তেতো প্ৰসঙ্গত ৰঞ্জনা কথাত। ৫১৪ শ্লোকৰ অৰ্থত অন্তৰ দেখিয়া নকৰিবা অসন্তোষ। ৰান্তি আশকতি আশয় এমাদে পুৰুষৰ চাৰি দোষ। ইসৰ দোষত থাকিয়া হাতে আনত আন আশয়।