পৃষ্ঠা:নাম-মালিতা.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

না পাৰে নি নামৰ হয়। কৰে অৰ্থ বাদ অতি হৰিৰ নামত। নামমকি এতেক কাৰ্য্য সধিক পাৰে। এহি বুলি নামক নসহে দুৰাচাৰে। জানিবা নামৰ ইটো অপৰণ আছি। দূতে নিয়া নৰকত কৰিবক শাস্তি নামৰ বলত কি পাপ আচৰয়। তাক যম নিযমেয়ো ও নকৰয়। ৫৫ সিটো মহা অপৰাধ জানি নামৰ। নৰ য এনা ভুঞ্জবেক নিৰন্তৰ। ৰত দান হোম আদি কৰি যত। নানা বিধ শুভ ক্ৰিয়া আহয় লোকত। প্ৰমাদত নামে সমে কয় সমান। নাম অপৰাধী সিটো জানিবা প্ৰধান। নপাত কাণ বা নাই লৱ লেশ। তাকে যিটো জনে দেই নাম উপদেশ।৫৫। সি য়া নাম অপবাদী জনি নিশ্চয়। অপোন দোষে দুঃখ পাৱে দুৰাশয়। শুনিয়া নামৰ হ মহিমা পৰম। তথাপি নামত প্ৰীতি নকৰে অধম। ৫৫৬। নাম অপৰাধী ইটো পৰম দুৰ্বোৰ। ৰক যাতনা ভূঞ্জি নপাইবেক ও