পৃষ্ঠা:নাম-মালিতা.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰে। অপৰাধ কৰ যিটো মন্দ মও। নিশ্চয় জানিৰ সিটো য ইবে অধোগত। ৫৪৬। ছিলন্ত শুনিয়া নাৰদ মহামতি। নিয়ে মুনীন্দ্ৰ মোত কহিয়ো সম্প্ৰতি। সিটা কোন কোন আতি অপৰধ চয়। ভগৱম্ভ নামৰ দ্ৰাহক আৰয়। ৫৪৭। মনুষৰ নিৰন্তৰে পুণ্য কৰে ছম। পুনৰাপ কৰে আতি প্ৰাকৃত লক্ষণ। সত কুমাৰে শুনি দিলন্ত উত্তৰ। নাম অপৰাধ কহে। শুনা মুনিবৰ। ৫১৮ মহও সবক নিন্দা কৰে যিটো নৰ। নামৰ ম অপৰ'ধ শ্ৰেষ্ঠত। নামৰ প্ৰখ্যাত আতি হোৱে যত হতে। নামেকি সহিবে পাৰে তাহাক নিস্তে। ৫৮৯। শিৱৰ বিষ্ণুৰ যত গুণ নাম চয়। তাক ভেদ বুদ্ধি কৰে যিটো দুৰাশয়। জানিবা নামৰ ইটো অপৰাৰ অতি। আপোনাৰু আপুনি কৰিলে সিটো শাস্তি ৫৫০। যিটো উপদেশ দাতা গুৰুক নিয়ে। জানা সিটো নাম অপৰাধ আতিশয়। বেদ শাস্ত্ৰ নিন্দা কৰে যিটো নৰাধম। নাম অপৰাধী আৰ নাহি আৰু সম! ৫৫১