পৃষ্ঠা:নাম-মালিতা.djvu/১১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

এহিমানে থৈল। নাৰদৰ বা যত। না আৱে উমা মহেশ্বৰ সংৰাদত।•২। পাৰ্বতীক প্ৰতি শিৱ বোলভ বচন। নিয়ে। পাৰ্বস্তি তুমি থিৰ কৰি মন। ৰামৰ নামৰ ইটো কীৰ্ত্তন নিশ্চয়। নিৰন্তৰে সমস্তে পাক নিৰয় ৫০৬। সেহি মোক্ষ প্ৰায়শ্চিত সমস্ত পাব। সমস্তে প্ৰাণীৰ মুক্তি দাঁত শ্ৰৰ জানিয়া পাৰ্বতী তুমি ইটে! ৰাম নাম। নোহা মুখত কীৰ্ত্তন অবিশ্ৰাম॥ ৫•৪। এহিমানে থৈলে মহেশ্বৰ বাক্যচয়। নিয়োৰ হিৰ চিত্তে অপৰ নিৰ্ণয় নামৰ মহিমা কহি শ্ৰুতি-সহিত। আগম শাস্ত্ৰ অ'ৰ শুনিয়া সাক্ষাত। ৫৫। প্ৰথমতে ধৃত গৌতমী আগমত। কহি অছ হৰি নামৰ মহল। ইহলোকে কুষ্ঠ ৰগী হোৱে যিটো নৰ। শিশুৰ ব্ৰহ্মৰধ পাপ গুৰুতৰ। ৫০৬। ইসৰ প্ৰমুখ্যে আনে। যত পাপ চা। এ বাৰ মাত্ৰ হৰি নাম উচ্চাৰয়। নিয়োক পৰম আশ্চৰ্য্য আতিশয় এতে তাৰ সবে পাপ দূৰ হয়।৫৭।