পৃষ্ঠা:নাম-মালিতা.djvu/১০৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৯৭

মুৰুখ মাধৱে বোলে নিৰন্তৰে
 ডাকি ৰাম ৰাম॥৪৬৪।

পদ


হৰিৰ নামৰ *** কৰিবেক সীমা।
শিৱ ধৰ্ম্মে শুনা ৰুদ্ৰ নামৰ মহিমা॥
ৰুদ্ৰ বুলি যথা নৰে কীৰ্ত্তন কৰয়।
জানিবা স্বৰূপে তাৰা মনুষ্য নোহয়॥ ৪৬৫।
ৰূদ্ৰ লোক হন্তে সবে আসিয়া আছয়।
তাৰা সবে ৰুদ্ৰ তাত নাহিকে সংশয়॥
দুগুটি অক্ষৰ *** শিৱ হেন নাম।
এহিসে পৰম *** আতি অনুপাম। ৪৬৬
ক*************** এহিসে আতিশৰ।
ক******* বিন্দু পৰি যেন জলক ব্যাপয়।
শৰ দুই তাক্ষৰ উচ্চাৰে এক বাৰ।
ক*********** ভৈল কাচপাৰ ৪৬৭।
নমস্কাৰ আদি যুক্ত হুয়া নিৰন্তৰ।
শিৱ হেন নাম ইনে। দুটি অক্ষৰ।
জিহবাৰ অগ্ৰত যাৰ প্ৰৱৰ্তে কেৱল।
সিটো মনুষ্যৰ জানা জীৱন সন্স। ৪৬৮
দিনতে নিশাতে বা সন্ধ্যা সময়।
বিপাক্ষ বুলি যাৰা সুমৰে সতত।

৭ (ক