পৃষ্ঠা:নামঘোষা.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮৭ ]

কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম । ৰাম কৃষ্ণ হৰি মুকুন্দ মুৰাৰি মাধৱ মধুসূদন, হৰি হৰি যাদৱ যদুনন্দন॥ ১১২॥ ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম কৰি হৰি হৰি ৰাম ৰাম ৰাম ৰাম॥ ১১৩॥ হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি, প্রাণবন্ধু হৰি হৰি হৰি হৰিও মােৰে প্ৰাণধন হৰিএ অনাদি অনন্ত প্রভু ভগৱন্ত ভজোঁচৰণত ধৰি হৰি হৰি ভজোঁ চৰণত ধৰিএ পতিত পাৱন, প্ৰভু নাৰায়ণ, সেৱক লৈয়ো উদ্ধাৰি দীনবন্ধু সেৱকলৈয়াে উদ্ধাৰি গােবিন্দ জয় ৰাম ॥ ১১৪॥ মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম জয় । সুমৰণে পাপক্ষয় মিলে মহা মহােদয় দুখঃচয় গুচ লোেক ভয় হৰি ৰাম ॥ ১১৫॥ ৰামকৃষ্ণ গােবিন্দ ৰামকৃষ্ণ গােবিন্দ ৰামকৃষ্ণ গােবিন্দ হৰি বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দ্দন মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম॥ ১১৬॥ মাধৰ মধুৰ মুরুতি মধুসূদন দনুজদমন দুঃখহাৰী। পীতাম্বৰধৰ শ্যামসুন্দৰ হৰি জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ॥১১৭॥ ৰাম জয় হৰি জয় ৰামকৃষ্ণ ৰাম ৰাম হৰি জয়॥ ১১৮॥ৰাম কৃষ্ণ যিতো সততে সুমরে তাৰ আৰ কাক ভয়। সকলে ধৰ্ম্মৰ পৰে বসিয়া ৰাম নাম প্রকাশয়॥ ১১৯॥ ৰাম কৃষ্ণ নাম কীৰ্ত্তন বিনায় কৃত্য শেষ নথাকয়। ৰাম কৃষ্ণ নাম কীৰ্ত্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ॥১২০॥ ৰাম কৃষ্ণ নাম কীৰ্ত্তনে প্ৰভাৱে সংসাৰ সুখে তৰয় ৰাম কৃষ্ট নাম কীৰ্ত্তনে সমস্তে বিঘিন নাশ