পৃষ্ঠা:নামঘোষা.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮৬ ]

ৰাম নামে মুক্তি বিড়ম্বন হৰি হৰি। জপ ৰাম নাম অনু- ক্ষণ ৰাম ৰাম॥ ১০২॥ ৰাম নাম ভকতি সুগম হৰি হৰি। ৰাম নাম পাতকৰ যম ৰাম ৰাম॥ ১০৩॥ ৰাম নাম ধৰ্ম্মেতে উত্তম হৰি হৰি। নাহি ভক্তি ৰাম নাম সম ৰাম ৰাম॥১০৪॥ ৰাম নাম ধৰ্ম্ম শিৰোমণি হৰি হৰি। ৰাম নাম পাপৰ অগনি ৰাম ৰাম॥ ১০৫॥ ৰাম নাম মৃত্যু সঞ্জীবনী হৰি কি। ৰাম নাম ঘুষিয়োক চনি ৰাম ৰাম ॥ ১০৬॥ জগন্নাথ জগন্নাথ জগন্নাথ জগনাথ জগন্নাথ জগন্নাথ হৰি। জগন্নাথ জগনাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ হৰি হৰি ৰাম জগন্নাথ জগন্নাথ হৰি॥১০৭॥ নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি। নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ১০৮॥ গোপাল গোপাল গোপাল গোপাল গোপাল গোপাল গোপাল ৰাম। গোপাল গোপাল গোপাল, গোপাল গোপাল গোপাল ৰাম ॥ ১০৯॥ ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম। ৰাম হৰি হৰি রাম হৰি হৰি ৰাম হৰি হৰি ৰাম॥ ১১০॥ গোবিন্দ ৰাম গোবিন্দ ৰাম গোবিন্দ ৰাম গোবিন্দ ৰাম ৰোবিন্দ ৰাম, গোবিন্দ ৰাম হৰি। গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ ৰাম। মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি হৰি ৰেহে। হৰি হৰি হৰি হৰি হৰি হৰি হৰি ৰাম শ্ৰীৰাম॥ ১১১॥ ৰাম