পৃষ্ঠা:নামঘোষা.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮১ ]

তযু অরুণ চৰণ॥ ৭॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি। ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি। ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ॥ ৮॥ ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম, ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম এহৰি নাৰায়ণ ॥ ৯॥ ৰাম ৰাম ৰাম ৰাম ৰাম । ৰাম কৃষ্ণ হৰি নাৰায়ণ ॥ ১০॥ ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম । ৰাম ৰাম হৰি হৰি হৰি॥ ১১॥ হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম শ্ৰীৰাম জয় জয় ৰাম ॥ ১২॥ ৰাম ৰাম ৰাম ৰাম গোপাল। জীবেৰ জীবন যদুৰায় ॥ ১৩॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় ৰাম জয় ৰাম ॥ ৪॥ দীন দয়াশীল দেৱ দামোদৰ হৰি দামােদৰ। দামােদৰ দামােদৰ দেৱ দামোদৰ॥ ১৫॥ অনাদি অনন্ত সদাশিৱ সনাতন হৰিএ। নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন। নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিৰঞ্জন নিৰঞ্জন॥ ১৬ ॥ মুৰাৰি মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম । ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ॥ ১৭॥ যাদৱ যদুপতি মাধৱএ, ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ। নাৰায়ণ নাৰায়ণ হৰি নাৰায়ণ॥ ১৮॥ ৰাম কৃষ্ণ গোবিন্দ, গােপীনাথ হৰি গােপীনাথ। গােপীনাথ গােপীনাথ হৰি গােপী- নাথ ॥ ১৯॥ কৰুণা সাগৰ মােৰ বান্ধৱএ, ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম॥ ২০॥ ৰাম ৰাম ৰাম ৰাম গােবিন্দ ৰাম ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ॥ ২১॥ ৰাম কৃষ্ণ হৰি গােপাল গােবিন্দ মুকুন্দ ৰাম মুৰাৰি॥ ২২॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম