পৃষ্ঠা:নামঘোষা.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

I wo ] পীয়ে। তযু চৰণ কমল মকৰন্দ। ১৫৯। এৰাম ৰামকৃষ্ণ ৰাম নাৰায়ণ। তযুপদ কমলে মজোক মেৰি মন। ১৬০। এৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন। তুমিসে ঈশ্বৰ দেৱ ভকত ৰঞ্জন। ১৬১। এৰাম ৰাম কৃষ্ণ ৰামকৃষ্ণ ৰাম । তুমি গুণ- নিয়ন্তা নিগুণ গুণ ধাম ॥ ১৬২। ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্র ৰাম ৰাম, ৰাম দেৱ ৰঘুপতি। হে প্রভু ৰঘুনাথ প্রণামে দ ম মাথ, তুমি মােৰ হৈবা নিজগতি হৰি ৰামৰঘুকুনন্দন মুৰাৰি । ১৬। গােপাল গােবিন্দ ৰাম, গােপাল গােবিন্দ ৰাম, গােপাল গােবিন্দ * জয় ৰাম । তােমাৰ চৰণে হৰি, কেৱল ভকতি বিনে, মােৰ আৰ নাহি আন কাম হৰি ৰাম ॥ ১৬৪। গােপীনাথ গােপীনাথ, গােপী নাথ গােপীনাথ, গােপীনাথ গােপীনাথ হৰি। তােমাৰ অভয় দুই, চৰণে শৰণ লৈলো, লৈযাে মােক নিজ দাস কৰি হৰি ৰাম ॥ ১৬৫ নামচ্ছল। কৃষ্ণ ৰাম কৃষ্ণ ৰাম ॥ ১ কৃষ্ণ কৃষ্ণ ৰাম, জয় জয় ৰাম। ২। কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম । অনন্ত অচ্যুত সনাতন নাৰায়ণ প্রাণ। ৩। গােবিন্দ গােবিন্দ গোবিন্দ গােবিন্দ গােবিন্দ ৰাম মুৰাৰি । অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী । ৪। গােবিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি। ভকতি ৰেচন, দুঃখ বিমােচন ভকতৰ ভয়- হাৰী। ৫। পৰম পুরুষ পৰম আনন্দ, পৰম গুরু মুৰাৰি। অনাদি অনন্ত, অচ্যুত গােবিন্দ, ভকতৰ ভয়হাৰী ॥ ৬। জয যাদব, মােৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ। ভকতৰ ধন