পৃষ্ঠা:নামঘোষা.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮২ ]

কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥ ২৩ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গােবিন্দ জয় ৰাম ॥ ২৪ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ॥২৫॥ হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম। পতিত পাবন হৰি গুণে অনুপম॥ ২৬॥ মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম। ভকতবৎসল হৰি গুণে অনুপাম॥ ১৭॥ ৰাম কৃষ্ণ নাৰায়ণ হৰিৰেহে প্রভুৰেহে ৰাম ৰাম ৰাম॥ ২৮॥ মুকুন্দ মাধৱ মুৰাৰি মধুৰিপু। জগত জীৱন ৰাম হৰি হৰি ॥ ২৯॥ জয়তি যদুপতি জগত জীৱন। যাদৱ মাধৱ ৰাম হৰি হৰি ॥ ৩০ ॥ পৰম পুরুষ ৰাম জয় জয়॥ ৩১॥ ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ। ৰাম ৰাম কৃষ্ণ ৰাম ৰাম হৰি হৰি ।৩২॥ ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি। প্রণত পালক দেব হৰি হৰি, প্রপম্ন তাক দেৱ জয় জয় ॥৩৩॥ হৰিতো হৰি হৰি হৰিতো হৰি হৰি। হৰিতো হৰি হৰি ৰাম জয় জয় ॥ ৩৪॥ কৃষ্ণ দেৱ তুমি প্রভু দীন দুঃখহাৰী। ভকত ৰঞ্জন ভব ভঞ্জন মুৰাৰি॥৩৫॥ গোপাল গােপীনাথ গােবিন্দ ৰাম নাম। গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ ৰাম॥ ৩৬॥ গােবিন্দ ৰাম গােবিন্দ ৰাম গােপাল গােবিন্দ ৰাম ৰাম ॥৩৭॥ হৰি হৰি হৰি ৰাম গােবিন্দ মুৰাৰি মুকুল জয় ৰাম ॥ ৩৮॥ ৰাম কৃষ্ণ হৰি ৰাম ৰাম। গােপাল গােবিন্দ জয় ৰাম॥ ৩৯॥ ৰাম কৃষ্ণ নাম কৃষ্ণ ৰাম। অমিয়া মধুৰি তযু নাম॥ ৪০॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয়। রাম কৃষ্ণ দীন দয়াময় ॥ ৪১॥ যাৰ মাধৱ মনি দয়াল। দৈবকীনন্দন ৰাম গোপাল॥৪২॥ ৰাম ৰঘুপতি পৰমানন্দ। পৰমপুরুষ