পৃষ্ঠা:নামঘোষা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৭৯ ] দিয়ে।। ১৪৫। গোপাল গােপাল পালয় কৃপাময়। 'তুয়া পাৰে মােৰ ৰতি মতি যেন নাড়ায়। ১৪৬। ৰাম ৰাঘৰ ৰঘুপতি তুমি দেৱ অগতির গতি না। তুয়া পদ কমাৰ, মকৰ ৰস ৰতি, কৰিয়া থাকোক মােৰ মতি নাএ ১৪৭ জয় যাদৱ যদুপতি, তুষা পাবে পশিলে। শৰণ না। ভাল, কথা শুনি আছি, মনে লৈলো সাৰ বাচি, তুয়া নাম পতিত পাবন না ॥ ১৪৮। প্রাণ বান্ধব মাধৱ, দয়াশীল দৈবকী নন্দন না। তুমি দেব দীনবন্ধু, কেৰলে করুণা সিন্ধু, কৰাে তযু চৰণে বন্দন না। ১৪৯॥ চিদানন্দ ৰাম সদা- নন্দ হৰি। নিত্যানন্দ কৃষ্ণ মােক লৈযে দাস কৰি। ১৫০ হৰি তুমি আনন্দ সিন্ধু । হামো ভিক্ষাৰি মাগো এক বিন্দু। ১৫১। মধুৰিপু ৰাম ৰঘুপতি। তােমাৰ চৰণে মােৰ গতি ॥ ১৫২ অরুণ চৰণে দিযে। ছায়া ৰাম ৰাম। তেবেসে তৰিবাে তবু মায়া ৰাম ৰাম ॥ ১৫ । দান্তে 'তৃণ ধৰি হৰি চৰণত লাগে। তযু কৃপা ৰসৰ কলিকা এক মাগো। ১৫৪। দয়াকৰা দয়াকৰ মােৰে হে ৰাম । তােমাৰ চৰণে হৰি, হৃদয় পঙ্কজে ধৰি, মুখে লৈবো তুয়া গুণ নাম যদুমণি। ১৫৫ ॥ ৰামকৃষ্ণ বুলি • অনাথে ডাকয় এহৰি নাৰায়ণ। অনাথক দয়া কৰা কৃপাময় এহৰি নাৰায়ণ। ১৫৬। নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ। 'তােমাৰ অৰুণ চৰণ, পঙ্কজ, নিমজোক মেৰি মন । ১৫৭। নাৰাষণ নাৰায়ণ, তুষা চৰণে আমাৰ মজোক মন জয় ৰাম।১৫৮। এৰাম ৰাম জয় পৰমাল।