পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য]
২১৯
নগা কোঁৱৰ

যাবলৈ পালোহেঁতেন! হয়তো শান্তিৰে স্বৰ্গী হ’লহেঁতেন! কি কৰিলা—দয়াময়!

 ১ম বিষয়া—ঈশ্বৰ! কিয় এনে আনন্দৰ—দিনত—এনে নিৰানন্দ আনিলা!

 চুৰেং-মই যে একো বুজিব পৰা নাই কি হ’ল! যেন এটি সপোন! এটি প্ৰহেলিকা!

 কণচেং-বাস্তবিকই সপোন কোঁৱৰ! বিভীষিকা পূৰ্ণ এটি প্ৰহেলিকা! বিচিত্ৰ এটি নাটিকাৰ যবনিকা!

⸻⸻


যবনিকা