পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৬২ ] ] বেহাগ—একতালা । সুন্দৰ ৰূপেৰে, সুন্দৰ জ্ঞানেৰে, হিয়াত সুন্দৰ ৰাজে। সুন্দৰ পোহৰ, আহা কি মধুৰ, বাহী ধীৰে ধীৰে বাজে ৷ প্ৰেম পূৰ কৰি, হৃদয় মাধুৰী, পাৰমানে আজি বোল৷ হৰি হবি। স্বৰ্গ-অমিয়৷,পান কৰি হিয়া, নাচিব প্ৰেমৰ সাজে ॥১৩৯৷৷ কাফি—ঝাঁপতাল তুমিহে ভৰসা মোৰ অঠাই সাগবে । কোনে| নাই মোৰ,যি বিপদ ভয় নাশে,ই এন্ধাৰত তাৰে ৷৷ তুমি এক অভয় পদ জগত সংসাৰে ৷ কেনেকৈ পাপী জনে তোমাক এৰে ? কৰাহে দুথ অত্ত, সুখ বসন্ত দিয়াছে। সদায় যেন দেখোঁ তব জ্যোতি চকুৰে ৷৷ জীৱন সথা তুমি, নিজীওঁ তোম৷ বিহনে। কান্দিছে মোৰ প্ৰাণ মনে, কাতৰ মাতেৰে ৷৷ ১৪০ ৷৷ ৰাগিণী অহং—তাল একতালা। চোৱঁ৷ আজি সবে মেলি হে নয়ন। চোৱা আজি পূৰ্ণ সত্য, নিৰঞ্জন ॥ দূৰ কৰি দিয়৷ দুখৰ কান্দোন, নাচা আজি সবে প্ৰেমৰ সাজে ॥