পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[>] আশা ঠুংৰি। গোৱাঁ হৰি, মুৰাৰি সঙ্গীত মনোহৰ,গোৱাঁ সকলো জগতবাসী ৷ তেওঁ দয়াৰ অৱতাৰ, অসীম স্নেহনিধান, সত্যৰূপ পূৰ্ণৰাশি ॥ সকলে। এন্ধাৰে মগ্ন আছিল তমঃ অতি, ঘোৰ দিগন্তক জুৰি ইচ্ছা হ'ল তেওঁৰ পোহৰ ওলাল, জয় জয় গোৱাঁ গুণ হৰি ॥ ॥১৩৬৷৷ ৰাগিণী খাম্বাজ——তাল ঠুংৰি । ভৱসাগৰৰ পাৰে বহি মই আছে৷ নাথ তব রূপা-বাট চাই । শুনিছোঁ তোমাৰ কৃপা অপাৰ পাপী, তাপী সবে তোমাৰ কোলা পায় আজি হে ভৱসাগৰে কৰ৷ পাৰ ॥ ১৩৭ ৷৷ সঙ্কীৰ্ত্তন। হৰি বোল| হৰি বোলা হৰি বোলী মন। এৰ৷ মোহ মায়া, ভ্ৰমছায়া, সংসাৰ সপোন ॥ ( এবাৰ হৰি বোলাঁহে ) আই৷ ভক্তি ভাৱে, প্রেম ভাৱে, কৰে। হবি সঙ্কীৰ্ত্তন। ( ভাই নাচি নাচি হে ) বাহু তুলি, হৰি বোলে সি যে পায় হৰি যি ভাই দৰ্শন ৷৷ ১৩৮ ৷৷ 5