পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিৰ মোহন ৰূপ, আজি প্রকাশে হিয়াত, মেয়ে প্রাণে নাই তৎ, সকলো আনন্দময় ৷৷ শুদ্ধ নিৰ্মল জ্যোতি, পাই পলাল কুমতি, ফুলিল ফুল-ভকতি, শোক তাগ আৰু নাই ॥১৩৩৷৷ দেশ মিশ্রিত—একতাল!। তোমাক এৰি কেনেকৈ থাকে৷ সংসাৰ মকত পৰি ? গুছুৱা পাপ-পিয়াহ প্ৰেম-পানী দান কৰি ৷৷ পূজোঁ নাথ পূজো নাথ পূজো নাথ চৰণ তোমাৰ । লাখুটি কণাৰ জীৱৰ সাৰ, সাগৰে দিক্‌দৰ্শন । দয়াল হবি, লোৱা নাথ মোৰ মন ৷৷ কঙ্গালৰ ধন, হিয়া-জাৰণি-চন্দন, বসন্তৰ জুৰ বায়ুৰাশি । তুমি জোন এন্ধাৰে ৰূপহী । পূজো নাথ পূজোঁ নাথ চৰণ তোমাৰ ॥১৩৪৷৷ বেহাগ জংলা-একতালা। আহ৷ জ্যোতির্ম্ময়, জগদাশ্রয়, আহা হিয়া-মন্দিৰে। তুমি করুণাময়, (প্রভু হে) পূৰ্ণ কৰ। পাপ-হিয়৷ পুণ্যেৰে ৷ সংসাৰৰ পাপে, শোক সত্তাপে, মগ্ন হিয়া, প্রভু এন্ধাৰে। ( দিয়। দিয়। হে পরিত্র জ্যোতি ) মই অধম পাতকী, পাপৰ মূৰ্তী, মাতোঁ চোৱ"। কৃপা চকুৰে ৷ প্ৰেমৰ আকৰ, স্নেহৰ নিকৰ, ক্লেশ-কলুষ নাশী হে। (নাথ দিয়া দেখা পাপ-হিয়৷ মাজে ) তুমি দীনশৰণ, শমন দমন দিয়া (প্রভু সুধা অন্তৰে ) ॥১৩৫৷