পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ * ] বাজোক বাঁশৰি, বাজোক হে প্রভু, বাজোক অসংখ্য বাৰ সি বাঁহীৰ মাতে, মোহোক জগৎ মজোক প্ৰাণ পাপীৰ ৷৷ ১২১ ৷৷ বাগ-ভাটিয়ালী । আই৷ ভাই আজি আহা সুখে সবে গাওঁ হৰিব মহিমা উচ্চ ৰৱে ।। সৌভাগ্যব বেলি, ওচৰ পালেহি, -আকাশে সঙ্গীত বাজে ৷ - 11 915 (1 সুখে হাত তুলি হবি হৰি বোল।। উঠক আনন্দবন্ধ। অহঙ্কাৰ ভয়ে পলাওক আজি, গাপ তাপ আগ্নি সব ॥ জয় ডঙ্কা তুলি, হৰি হৰি বুলি ঘোষাহে প্ৰেমৰ জয়। প্ৰেমৰ প্ৰসাদে, নৰে মুক্তি পায়, দূৰে যায় পাপচয় ॥ ১২২ ॥ বাগ-গোৰী । কিয় মন হৰিনাম নোলোৱাই৷ মুখে কিন্তু মজি আছ| হার মিছা পাপ সুখে ? ৩৩ ৷৷ পদ ৷৷ আশাৰ অতীত, মনোহৰ, আনন্দ মূৰতী নিৰাকাৰ।