পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 54 ] সঙ্কীৰ্ত্তন। আজি মনৰ সুখে, হাঁহা তবা মিচিকি মিচিকি কিয় প্রেমিকৰূপে ? ভোল হ'লা কাৰ মন-তাপহাৰী মোহনরূপে ? কাৰ প্ৰেম-পুখুৰীত বুৰ গল| সখি কোৱ। কোৱাঁ । এনে মোহন ৰূপে, কাৰ নো ৰূপক, প্রকাশিছা ; (ব্যাকুলান্তৰে।) কাৰ নো প্রেমে ব্যাকুল মনে আনন্দ লহৰী তুলি; যোৱ৷ ন জোনাবাই, গাই প্রেম-গীত ধীৰে ধীৰে । ! (দিনে নিশায় ) যোৱণ অ’ ভাই নই সি ঠায়ে মোক আজি দয়া কৰি । আহা ! তোমাৰ গভীৰ প্রেমিক, দয়াময়ক দেখি জুৰাম চকু জুটি ! (হৃদয় মনে ) ॥১২০৷ ৰাগ হ্যাম—গড়া। পুনু বাজে বাঁশবি, প্রাণমন উদাস হ'ল তন্ত্র পুলকিত প্রেমে। কুবাসনা যত, হ'ল অপসৃত, হ'ল তেজহীন বল বিনে ॥ ।। পদ ॥ গভীৰ ৰহস্য অমৃতেৰে ভৰা হ'ল পৰকাল আজি। বাঁহীৰ মধুৰ স্থললিত মাতে, হ’ল পৰাণ উদাসী । সুমধুৰ ৰাৱ, এনে সুমধুৰ নাই শুনা কোনো কালে। এনে সুমধুৰ ৰাৱ কাণে পশি, পৰাণ মন জুবাল।।