পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ * ] জয়জয়ন্তী—তাল ঝাঁপতাল । প্ৰেমৰ জলধি বিন| ভক্তি আৰু ক'তো নাই। ভক্তি-নদী প্ৰেমাগাৰে পৰে ধীৰে ধীৰে গই ৷ হৃদয়-তলি ভেদি, বহি যায় যদি নদী অসীম জলধি বিনা পৰে আৰু ক'ত গই । অনন্ত অৰূপ রূপ, রূপবান ৰূপময়। সি ৰূপ আকবে গাই, প্রেমে বেগে নীন হয় । সি বেগব আগে যদি ঠিয় হয় পাপচয় । প্ৰেমৰ সোঁতৰ কোবে, প্রাণ তাৰ অন্ত হয় । আহ৷ ভাই দিওঁ ঢালি, প্রাণমন সমুদয় । যাওঁ ভাহি, লীন হওঁ সেই প্রেম বেগে গই ॥১১৮৷৷ সঙ্কীৰ্ত্তন। শান্তং ধীৰ গম্ভীৰ ৰূপ তব নিৰ্ব্বিকাৰ হে । (প্রভু বিশ্বপাতা) যাকাৰ হ'ইয়ে৷ নিৰাকাৰ তুমি নিৰাকাৰ হইও সাকাৰ হে। জ্ঞানৰ অতীত ধ্যানৰ অতীত তুমি প্রভু হে। তোমাৰ পূজা সদায় হইছে ভিন্ন ভিন্ন রূপে !! প্ৰীতি পুষ্পাঞ্জলী অবপিম প্রভু তব গদে। মোৰ হৃদয় ধন সাৰাংসাৰ, স্নানি প্রেম-হ্রদে হৃদয়মন তোমার প্রভু, তোমা বিন! একো নে জানে। তোমাৰ পদ পূজি, হাঁহিব নাচিব প্রেমে বলীয়া প্রাণ। (প্রভু বিশ্বপাতা) ॥১১৯ ৷৷